Browsing Category

Uncategorized

গুৱাহাটীৰ নেমকেয়াৰ বাৰ্ণ ইউনিটলৈ আন্তঃৰাষ্ট্ৰীয় বাৰ্ণ সংস্থাৰ প্ৰতিনিধি দল

গুৱাহাটী , ২৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র অগ্নিদগ্ধ ৰোগীৰ সেৱাত সমর্পিত আৰু বাৰ্ণকেয়াৰ ফাউণ্ডেশ্বনৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালৰ বার্ণ ইউনিটটোরে ইতিমধ্যে ৰোগীৰ মৃত্যুৰ হাৰ কমোৱা , আঘাতৰ জটিলতা কমোৱা

গুৱাহাটীৰ ঐতিহ্য গ্ৰামীণ হেৰিটেজত ‘জিআই ট্ৰেজাৰ্ছ অৱ নৰ্থ ইষ্ট’ গ্ৰন্থ উন্মোচন

গুৱাহাটী, ২৪ আগষ্ট : উত্তৰ-পূৱাঞ্চলৰ ভৌগোলিক নিৰ্দেশক (জিআই) সূচকপ্ৰাপ্ত সামগ্ৰীসমূহক লৈ প্ৰস্তুত কৰা এখন সবিশেষ গ্ৰন্থ অলপতে গুৱাহাটীৰ আমবাৰীস্থিত ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয়

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী ,২৪ আগষ্ট : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে আৰম্ভণি সংগীতেৰে

প্ৰচাৰবিমুখ শিল্পী জয়মতী হাজৰিকাৰ কাষত সাংস্কৃতিক সাংবাদিক সন্থা, অসম

২২ আগষ্টঃ পলাশবাৰী মিৰ্জাৰ বাসন্তী মন্দিৰ সমীপৱৰ্তী মনপুৰত আজি এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু নাগাৰা নামৰ শিল্পী জয়মতী হাজৰিকাৰ কাষত উপস্থিত হয় ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ এটা প্ৰতিনিধি দল। শিল্পীগৰাকীৰ বৰ্তমানৰ জীৱন-সংগ্ৰামৰ

বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতি গঠন

২২ আগষ্ট: সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতিখন আজি গঠন কৰা হয় । এই উদ্দেশ্য আমিনগাৱস্হিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত সভাত পৌৰাহিত্য কৰে গীতুমণি দাসে আৰু উদ্দেশ্য বাখ্যা কৰে নৃপেন ডেকাই । সভাত বহুমুখী

উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানসম্পন্ন ডায়েলাইচিছ সেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ‘আৰ আৰ চি –…

গুৱাহাটী, ২০ আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ডায়েলাইচিছ সেৱাৰ গুণগত মান বৃদ্ধি, নিৰৱচ্ছিন্ন সেৱা আৰু চিকিৎসাৰ ফলাফল অধিক উন্নত কৰাৰ লক্ষ্যৰে ৰিজ'নেল ৰিছ'ৰ্চ চেণ্টাৰ ফ'ৰ দ্য নৰ্থ-ইষ্টাৰ্ণ ষ্টেটছ (আৰ আৰ চি - এন ই)-এ ১৮ আৰু ১৯

অসমৰ বান পৰিস্থিতিৰ অব্যাহত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ‘ডিফলু’ৰ মুক্তি পিছুৱালে বৰলুইট প্ৰডাকচনছে

গুৱাহাটী, ২০ আগষ্ট : বৰলুইট প্ৰডাকচনছে তেওঁলোকৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘ডিফলু’ৰ ছবিগৃহত মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছবিখন ২১ আগষ্ট, ২০২৬ত মুক্তি দিয়াৰ কথা আছিল।অসমৰ কেইবাটাও অঞ্চলত বানৰ পানী লাহে লাহে

স্বাধীনতা দিৱসত মালিগাঁও চাৰিআলিত জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা

মালিগাঁও, ১৯ আগষ্ট : গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে জালুকবাৰী থানাৰ সন্মূখত থকা মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী আৰক্ষী থানা আৰু থানা এলেকাৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ যৌথ উদ্যোগত তথা থানাৰ অন্তৰ্গত সমূহ নাগৰিক

২৮ আৰু ২৯ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত কবিতা আবৃতি,তৰ্ক,জুবিন গাৰ্গৰ গীত আৰু সমবেত সংগীত প্ৰতিযোগিতা

গুৱাহাটী ১৯ আগষ্ট: গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্র সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আন্ত: বিদ্যালয় বৌদ্ধিক আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অংশ হিচাপে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অহা ২৮ আগষ্ট ৰাতিপুৱা ১০ বজাৰ পৰা কবিতা

এইচ ডি এফ চি বেংকৰ ‘ভিজিল আন্টি ছেইজ – লেজিনেছ ছেভ’ অভিযানৰ জৰিয়তে জালিয়াতিৰ বিৰুদ্ধে সজাগতা…

গুৱাহাটী, ১৭ আগষ্ট : এইচ ডি এফ চি বেংকে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘ভিজিল আন্টি ছেইজ - লেজিনেছ ছেভ’ নামৰ এক নতুন জালিয়াতি সজাগতা অভিযান আৰম্ভ কৰিছে।এই অভিযানৰ মূল উদ্দেশ্য হৈছে ডিজিটেল লেনদেনৰ সময়ত মানুহক