Browsing Category

Uncategorized

অসম অসামৰিক সেৱাৰ বিষয়া বিমল ডেকাৰ কবিতা পুথি “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ” উন্মোচন

গুৱাহাটী ,৩ আগষ্ট : অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া , অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা , বিশিষ্ট কবি- সাহিত্যিক বিমল ডেকাৰ চতুৰ্থখন কবিতা পুথি "পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ" গুৱাহাটী প্ৰেছ

পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজা আৰম্ভ

আজাৰা , ৩ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ২ আগষ্টৰ পৰা পৰম্পৰাগত পাঁচদিনীয়া ধৰ্মীয়

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

গুৱাহাটী , ৩ আগষ্ট : অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত ২৩ জুলাইৰ পৰা ২৯ জুলাইলৈ গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া "গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬" সফলতাৰে

ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’ত ভাৰতৰ বৈচিত্ৰময় খাদ্যসম্ভাৰ উদযাপনৰ উদ্দেশ্যে…

গুৱাহাটী, ৩ আগষ্ট : ভাৰতৰ বিভিন্ন প্ৰান্তৰ সোৱাদ একেখন চালিৰ তলতে উপভোগ কৰাৰ সুযোগ আনি খাদ্যপ্ৰেমীসকলৰ বাবে বিশেষ খাদ্য উৎসৱ ‘উত্তৰ দক্ষিণ – জব নৰ্থ মেট চাউথ’ৰ আয়োজন কৰিছে ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’য়ে। অহা ৩১

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত…

আজাৰা , ১ আগষ্ট : ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ মহিলা কল্যাণ সংস্থা "কল্যাণময়ী"ৰ উদ্যোগত , এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ) , বিষয়া সন্থা , এ টি চি গীল্ড এণ্ড

এইচডিএফচি বেংকৰ চিএছআৰ পদচিহ্নৰসকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজিলৈকে 10.77 কোটি জীৱন স্পৰ্শ

​গুৱাহাটী, ১ আগষ্ট : “ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক” এইচডিএফচি বেংকে ইয়াৰ চিএছআৰ পদক্ষেপৰ জৰিয়তে 10.77 কোটিৰো অধিক জীৱনত প্ৰভাৱপেলাইছে। এই কাৰ্যসূচীবোৰৰ বাবে পৰিৱৰ্তন, এতিয়া ভাৰতৰ সমগ্ৰ 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলত

এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

​গুৱাহাটী, ১ আগষ্ট : অসম ক'-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বিষয়া সকলক প্ৰতিনিধিত্ব কৰা 'এপেক্স বেংক ষ্টাফ এচ’চিয়েচন' (Apex Bank Staff Association)-এ অসমৰ শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যথে নিজৰ সকলো সদস্যৰ এদিনৰ

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

গুৱাহাটী , ৩১ জুলাই : উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত , ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডল কমিটি আৰু শিমলুগুৰী শাখা কমিটিৰ

টপচেম চিমেণ্ট গ্ৰুপ–এ অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়

গুৱাহাটী ৩০ জুলাই : শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ কাষত থিয় দি, টপচেম চিমেণ্ট গ্ৰুপ-এ যোৱা মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানৰ জৰিয়তে কোম্পানীটোৱে অসমৰ জনসাধাৰণৰ প্ৰতি নিজৰ

যুক্তৰাজ্য অসম সাহিত্য সভাৰ সাহিত্য দিৱসত অধ্যাপিকা নীলিমাভাগৱতীনিজৰ ৰাজ্য, ভাষা-সংস্কৃতিৰ উন্নয়নৰ…

গুৱাহাটী, ২৪ জুলাই: গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা ভাগৱতীয়ে যুক্তৰাজ্যৰ নিউ কাচেল চহৰত নৰ্থ চিল্ডত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সম্মিলনৰ লগতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮ সংখ্যক