উৎকৃষ্ট সোৱাদ আৰু অসমৰ দুগ্ধ উদ্যোগৰ বিকাশৰ লক্ষ্যৰে মাঘ বিহু উদযাপন পূৰবী ডেইৰীৰ
গুৱাহাটী, ১১ জানুৱাৰী : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অত্যাধুনিক দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পত উদযাপন কৰে প্ৰাক-মাঘ বিহু উৎসৱ। এই বিশেষ […]