মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্যৰে জালুকবাৰীত পাঁচখন…
আজাৰা , ৩১ মাৰ্চ : সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আঠখন গাওঁ পঞ্চায়তৰ ভিতৰত পাঁচখন নতুন জালুকবাৰী সমষ্টিত আৰু তিনিখন পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তেনেদৰে গুৱাহাটী পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ ভিতৰত ৫!-->!-->!-->!-->!-->…