Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী…
জালুকবাৰী ,২ ছেপ্টেম্বৰ : ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এশ বছৰীয়া ওপজা দিনটো উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত অহা ৬, ৭ আৰু ৮ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব!-->!-->!-->…
ভাৰ্গৱ শইকীয়াৰ ‘বক্সী’ৰ ট্ৰেইলাৰত ছিকিমৰ পৌৰাণিক কাহিনী আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যৰ প্ৰতিফলন
গুৱাহাটী, ২ ছেপ্টেম্বৰ : অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ভাৰ্গৱ শইকীয়াৰ বহু প্ৰত্যাশিত পৰিচালনাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘বক্সী’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ৯ অক্টোবৰত সমগ্ৰ দেশতে চিত্ৰগৃহত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ ট্ৰেইলাৰে দৰ্শকক এখন!-->!-->!-->!-->!-->…
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
আজাৰা ,২ ছেপ্টেম্বৰ : পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া!-->!-->!-->!-->!-->…
ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’
গুৱাহাটী, ৩১ আগষ্ট, ২০২৬: অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি 'ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ!-->!-->!-->!-->!-->…
গুৱাহাটীৰ নেমকেয়াৰ বাৰ্ণ ইউনিটলৈ আন্তঃৰাষ্ট্ৰীয় বাৰ্ণ সংস্থাৰ প্ৰতিনিধি দল
গুৱাহাটী , ২৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র অগ্নিদগ্ধ ৰোগীৰ সেৱাত সমর্পিত আৰু বাৰ্ণকেয়াৰ ফাউণ্ডেশ্বনৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালৰ বার্ণ ইউনিটটোরে ইতিমধ্যে ৰোগীৰ মৃত্যুৰ হাৰ কমোৱা , আঘাতৰ জটিলতা কমোৱা!-->!-->!-->…
গুৱাহাটীৰ ঐতিহ্য গ্ৰামীণ হেৰিটেজত ‘জিআই ট্ৰেজাৰ্ছ অৱ নৰ্থ ইষ্ট’ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ২৪ আগষ্ট : উত্তৰ-পূৱাঞ্চলৰ ভৌগোলিক নিৰ্দেশক (জিআই) সূচকপ্ৰাপ্ত সামগ্ৰীসমূহক লৈ প্ৰস্তুত কৰা এখন সবিশেষ গ্ৰন্থ অলপতে গুৱাহাটীৰ আমবাৰীস্থিত ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয়!-->!-->!-->!-->!-->…
জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
জালুকবাৰী ,২৪ আগষ্ট : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে আৰম্ভণি সংগীতেৰে!-->!-->!-->!-->!-->…
প্ৰচাৰবিমুখ শিল্পী জয়মতী হাজৰিকাৰ কাষত সাংস্কৃতিক সাংবাদিক সন্থা, অসম
২২ আগষ্টঃ পলাশবাৰী মিৰ্জাৰ বাসন্তী মন্দিৰ সমীপৱৰ্তী মনপুৰত আজি এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু নাগাৰা নামৰ শিল্পী জয়মতী হাজৰিকাৰ কাষত উপস্থিত হয় ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ এটা প্ৰতিনিধি দল। শিল্পীগৰাকীৰ বৰ্তমানৰ জীৱন-সংগ্ৰামৰ!-->!-->!-->!-->!-->!-->!-->…
বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতি গঠন
২২ আগষ্ট: সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্হাৰ কামৰূপ জিলা সমিতিখন আজি গঠন কৰা হয় । এই উদ্দেশ্য আমিনগাৱস্হিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত সভাত পৌৰাহিত্য কৰে গীতুমণি দাসে আৰু উদ্দেশ্য বাখ্যা কৰে নৃপেন ডেকাই । সভাত বহুমুখী!-->!-->!-->!-->!-->…
উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানসম্পন্ন ডায়েলাইচিছ সেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ‘আৰ আৰ চি –…
গুৱাহাটী, ২০ আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ডায়েলাইচিছ সেৱাৰ গুণগত মান বৃদ্ধি, নিৰৱচ্ছিন্ন সেৱা আৰু চিকিৎসাৰ ফলাফল অধিক উন্নত কৰাৰ লক্ষ্যৰে ৰিজ'নেল ৰিছ'ৰ্চ চেণ্টাৰ ফ'ৰ দ্য নৰ্থ-ইষ্টাৰ্ণ ষ্টেটছ (আৰ আৰ চি - এন ই)-এ ১৮ আৰু ১৯!-->!-->!-->!-->!-->…