‘মেজাংকৰি মেঘমল্লাৰে’ তৰুণ নগৰত মঞ্চস্থ কৰিব মহাপুৰুষীয়া ভাওঁনা ‘সাবিত্ৰী…
গুৱাহাটী ,৩০ জুন: গুৱাহাটীৰ তৰুণ নগৰ উন্নয়নত সমিতিৰ সৌজন্যত অহা ৪ জুলাইত তৰুণ নগৰত ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী 'মেজাংকৰি মেঘমল্লাৰে' নিবেদন কৰিব ভক্তিভৰা মহাপুৰুষীয়া ভাওঁনা সাবিত্ৰী সত্যবান । অসমৰ ভাওঁনা জগতৰ কেইবাগৰাকীও শ্ৰেষ্ঠ!-->!-->!-->…