১৬ ছেপ্টেম্বৰত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ পঞ্চদশ সমাৱৰ্তন
গুৱাহাটী , ৮ ছেপ্টেম্বৰ : অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ পঞ্চদশ সমাৱৰ্তনখন অহা ১৬ ছেপ্টেম্বৰত সোণাপুৰৰ সমীপৰ টেপেছিয়াত থকা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হ’ব । সমাৱৰ্তনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই সভাপতিত্ব কৰিব । সমাজৰ বিভিন্ন!-->!-->!-->…