Monthly Archives

May 2026

গ্ৰাহকৰ ভৰসা ৰক্ষাৰ দিশত আন এক দৃঢ় পদক্ষেপ; পলিচি ধাৰকৰ বাবে ২০৫ কোটি টকাৰ বোনাচ ঘোষণা ভাৰতী এক্সা…

গুৱাহাটী, ২৬ মে’ : ভাৰতৰ অন্যতম শীৰ্ষ ব্যক্তিগত খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠান ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্সে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰিছে সৰ্বমুঠ ২০৫ কোটি টকাৰ বোনাচ। এই বোনাচৰ ভিতৰত অন্তৰ্ভুক্ত আছে ১৪৫ কোটি টকাৰ ৰিভিজনাৰী

জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন

জালুকবাৰী , ২৬ মে' : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ "ঈদ - উজ - আজহা" উপলক্ষে অহা ২৮ মে'ত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান

জালুকবাৰী ,২৫ মে' : কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জালুকবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা ২৪ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত পদ্মভূষণ

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি হ’ল অত্যাধুনিক যকৃত আৰু জিআই ছুপাৰ-স্পেচিয়েলিটি ক্লিনিক

গুৱাহাটী, ২৫ মে’: অসম তথা উত্তৰ-পূব ভাৰতত জটিল যকৃত, অগ্ন্যাশয়, পিত্তনলী আৰু গেষ্ট্ৰ’ইণ্টেষ্টাইনেল ৰোগৰ বিশেষজ্ঞভিত্তিক পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি কৰা হৈছে এক অত্যাধুনিক যকৃত

জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ…

আজাৰা , ২৩ মে’ : মানুহৰ জীৱনত নিজৰ জন্মদিনটোৰ গুৰুত্ব অপৰিসীম। বহু লোকে লোকে হোটেল - ৰেষ্টোৰা আদিত কেক কাটি পৰিয়াল বা বন্ধু - বান্ধৱৰ সৈতে পাৰ্টি কৰি আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয় । কিন্তু ইয়াৰ বিপৰীতে প্ৰতি বছৰে ২৩ মে'ৰ নিজৰ

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন

আজাৰা ,২৩ মে' : ৰাষ্ট্ৰীয় বাগবানী বোর্ড,গুৱাহাটীৰ উদ্যোগত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্র চৌহদত আজি এদিনীয়াকৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ

ঢাকাত উজলিল অসমীয়া চুটি ছবি ‘নিশীথ…A Midnight Journey’

গুৱাহাটী, ২৩ মে': বাংলাদেশৰ ৰাজধানী ঢাকাত উজলিল অসমীয়া চুটি ছবি "নিশীথ…A Midnight Journey"। যিখন ছবিয়ে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ডিমৰীয়া তথা অসমবাসী চিত্ৰ প্ৰেমীসকলৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ঢাকাত অনুষ্ঠিত হৈ

উত্তৰ-পূৰ্বাঞ্চলত মেৰুদণ্ড চিকিৎসা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এপ’ল’ হাস্পতাল, গুৱাহাটী…

গুৱাহাটী, অসম-২৩ মে': এপ'ল' হাস্পতাল, গুৱাহাটী-এ উন্নত মেৰুদণ্ড চিকিৎসাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি নিজৰ Minimally Invasive Spine Surgery Programme-ৰ অধীনত Full Endoscopic Spine Surgery আৰম্ভ কৰিছে। এই পদক্ষেপে

পথৰ দাঁতিৰ খাদ্যৰ অনন্য সোৱাদেৰে ৰেডিছন ব্লু গুৱাহাটীৰ কেফে বি ইউত আয়োজন ‘দ্য ষ্ট্ৰীট এডিট’ৰ

গুৱাহাটী, ২০ মে’: সকলো খাদ্যৰ বাবে সুকীয়া কোনো উপলক্ষৰ প্ৰয়োজন নাই। কেতিয়াবা কেৱল চিনাকি সোৱাদৰ টানেই এগৰাকী খাদ্যপ্ৰেমিকক লৈ আহে ডাইনিং টেবুললৈ- যি সোৱাদে মনত পেলাই দিয়ে ব্যস্ত চ’ক, ৰাস্তাৰ কাষৰ খাদ্যৰ ঠেলা গাড়ী আৰু কোনো বিশেষ

ভাৰতী এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় যে প্ৰাইয়ৰিটি পোষ্টপেইডে দৈনন্দিন নেটৱৰ্কৰ যানজঁটৰ…

গুৱাহাটী, ২২ মে’ : ভাৰতী এয়াৰটেলে মুকলি কৰিছে উন্নত ৫জি স্লাইচিং প্ৰযুক্তিৰে চালিত নতুন পোষ্টপেইড অফাৰ এয়াৰটেল প্ৰাইয়ৰিটি পোষ্টপেইড।এয়াৰটেলৰ গ্ৰাহকসকললৈ ইমেইলযোগে প্ৰেৰণ কৰা এখন পত্ৰত ভাৰতী এয়াৰটেল ইণ্ডিয়াৰ এমডি তথা চিইঅ’