প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত ছবিগৃহত মুক্তিৰ বাবে সাজু অসমীয়া কথাছবি ‘ডিফলু’; ট্ৰেইলাৰ…
গুৱাহাটী, ২২ ছেপ্টেম্বৰ : অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই বেলতলাৰ মেট্ৰিক্স চিনেমাত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল ‘বৰলুইত প্ৰডাকচন’ৰ নতুন কথাছবি ‘ডিফলু’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ। অহা ৯ অক্টোবৰত ৰাজ্যজুৰি চিত্ৰগৃহলৈ!-->!-->!-->!-->!-->…