Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
ৱেভছ অ’টিটিত সম্প্ৰচাৰিত ‘ছিমুলাক্ৰা’ত সূক্ষ্ম অভিনয়ৰ দ্বাৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ অসমৰ…
গুৱাহাটী, ১৭ আগষ্ট : অসমৰ সন্তান, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজদ্বীপ চৌধুৰীয়ে বৰ্তমান ৱেভছ অ'টিটিত বিনামূলীয়াকৈ সম্প্ৰচাৰিত বিজ্ঞান-কল্পকাহিনীভিত্তিক থ্ৰিলাৰ ছবি ‘ছিমুলাক্ৰা’ত ‘ৰাজনীশ’ চৰিত্ৰত তেওঁৰ নীৰৱ আকৰ্ষণীয় অভিনয়ৰ!-->!-->!-->…
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ ৫১ হাজাৰ টকাৰ চেক…
জালুকবাৰী ,১৩ আগষ্টঃ ৰাজ্যৰ বানপীড়িত ৰাইজক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫১ হাজাৰ টকাৰ চেক আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধাম!-->!-->!-->!-->!-->…
গুৱাহাটীৰ ঐতিহ্য গ্ৰামীণ হেৰিটেজত ‘জিআই ট্ৰেজাৰ্ছ অৱ নৰ্থ ইষ্ট’ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ১২ আগষ্ট : উত্তৰ-পূৱাঞ্চলৰ ভৌগোলিক নিৰ্দেশক (জিআই) সূচকপ্ৰাপ্ত সামগ্ৰীসমূহক লৈ প্ৰস্তুত কৰা এখন সবিশেষ গ্ৰন্থ আজি গুৱাহাটীৰ আমবাৰীস্থিত ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয়!-->!-->!-->!-->!-->…
ছাত্ৰ ছাত্ৰীৰ মাজত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা
জালুকবাৰী, ১২ আগষ্ট জালুকবাৰীস্থিত ব্ৰহ্মপুত্ৰ গুৰুকুল একাডেমীত ১১ আগষ্টত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ!-->!-->!-->…
এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে পংকজ ত্ৰিপাঠীক লৈ মুকলি কৰিলে নতুন মটৰ ইনশ্বুৰেঞ্চ ফিল্ম
গুৱাহাটী; ১২ আগষ্ট : ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে নিজৰ সমন্বিত ব্ৰেণ্ড অভিযান ‘চুনিয়ে ভৰোছা, আপোনো ছা’ৰ পৰৱৰ্তী অধ্যায় হিচাপে মটৰ ইনশ্বুৰেঞ্চক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এখন নতুন ফিল্ম!-->!-->!-->!-->!-->…
ৰুক্মিণীনগৰত স্বাধীনতা দিৱসত কুইজ প্ৰতিযোগিতা
গুৱাহাটী, ১১ আগষ্ট: বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ১৫ আগষ্টত দিনৰ ১১ বজাৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে দুখনকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতা ৰুক্মিণীনগৰ!-->!-->!-->…
ওড়িশাৰ ভুৱনেশ্বৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
গুৱাহাটী , ১০ আগষ্ট: গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত যোৱা ৭ আগষ্টত "গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা" শীৰ্ষক!-->!-->!-->…
উজনি অসমৰ বান বিধ্বস্ত জিলাৰ শিপিনীক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ দাবী সদৌ অসম হস্ততাঁত…
গুৱাহাটী ,৭ আগষ্ট : ১৯ জুলাইত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ধলে উজনি অসমৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ , চৰাইদেউ , যোৰহাট আৰু গোলাঘাট জিলাত ভয়াবহ বানপানীৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল শিৱসাগৰ আৰু!-->!-->!-->…
অসমৰ ১৫,০০০ পৰিয়ালৰ বাবে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ ১ কোটি টকাৰ বান সাহায্য অভিযান
গুৱাহাটী; ৭ আগষ্ট : অসমৰ ভয়াবহ বান পৰিস্থিতিৰ গৰাহত পৰা বানগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱাৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বান সাহায্য উদ্যোগ আৰম্ভ কৰিছে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে (এছচিএনএল)। এই উদ্যোগৰ অংশ হিচাপে প্ৰভাৱিত!-->!-->!-->!-->!-->…