নলবাৰীত অসমৰ প্ৰথমটো এৰী ৰেচম বিকাশ কেন্দ্ৰ মুকলি পেপছিক’ ইণ্ডিয়া আৰু মৃদা ফাউণ্ডেচনৰ,…
নলবাৰী, ১৪ অক্টোবৰ : মহিলা নেতৃত্বাধীন জীৱিকাক স্বাৱলম্বী কৰি তোলাৰ সমান্তৰালভাৱে অসমৰ ঐতিহ্যমণ্ডিত এৰী ৰেচম শিল্পৰ সংৰক্ষণৰ লক্ষ্যৰে আজি এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে পেপছিক’ ইণ্ডিয়াই। ‘মৃদা হাৰ্ট এন ছইল ফাউণ্ডেচন’ৰ সহযোগত!-->!-->!-->!-->!-->…