Yearly Archives

2026

২৮ আৰু ২৯ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত কবিতা আবৃতি,তৰ্ক,জুবিন গাৰ্গৰ গীত আৰু সমবেত সংগীত প্ৰতিযোগিতা

গুৱাহাটী ১৯ আগষ্ট: গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্র সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আন্ত: বিদ্যালয় বৌদ্ধিক আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অংশ হিচাপে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অহা ২৮ আগষ্ট ৰাতিপুৱা ১০ বজাৰ পৰা কবিতা

এইচ ডি এফ চি বেংকৰ ‘ভিজিল আন্টি ছেইজ – লেজিনেছ ছেভ’ অভিযানৰ জৰিয়তে জালিয়াতিৰ বিৰুদ্ধে সজাগতা…

গুৱাহাটী, ১৭ আগষ্ট : এইচ ডি এফ চি বেংকে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘ভিজিল আন্টি ছেইজ - লেজিনেছ ছেভ’ নামৰ এক নতুন জালিয়াতি সজাগতা অভিযান আৰম্ভ কৰিছে।এই অভিযানৰ মূল উদ্দেশ্য হৈছে ডিজিটেল লেনদেনৰ সময়ত মানুহক

ৱেভছ অ’টিটিত সম্প্ৰচাৰিত ‘ছিমুলাক্ৰা’ত সূক্ষ্ম অভিনয়ৰ দ্বাৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ অসমৰ…

গুৱাহাটী, ১৭ আগষ্ট : অসমৰ সন্তান, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজদ্বীপ চৌধুৰীয়ে বৰ্তমান ৱেভছ অ'টিটিত বিনামূলীয়াকৈ সম্প্ৰচাৰিত বিজ্ঞান-কল্পকাহিনীভিত্তিক থ্ৰিলাৰ ছবি ‘ছিমুলাক্ৰা’ত ‘ৰাজনীশ’ চৰিত্ৰত তেওঁৰ নীৰৱ আকৰ্ষণীয় অভিনয়ৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ ৫১ হাজাৰ টকাৰ চেক…

জালুকবাৰী ,১৩ আগষ্টঃ ৰাজ্যৰ বানপীড়িত ৰাইজক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫১ হাজাৰ টকাৰ চেক আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধাম

গুৱাহাটীৰ ঐতিহ্য গ্ৰামীণ হেৰিটেজত ‘জিআই ট্ৰেজাৰ্ছ অৱ নৰ্থ ইষ্ট’ গ্ৰন্থ উন্মোচন

গুৱাহাটী, ১২ আগষ্ট : উত্তৰ-পূৱাঞ্চলৰ ভৌগোলিক নিৰ্দেশক (জিআই) সূচকপ্ৰাপ্ত সামগ্ৰীসমূহক লৈ প্ৰস্তুত কৰা এখন সবিশেষ গ্ৰন্থ আজি গুৱাহাটীৰ আমবাৰীস্থিত ঐতিহ্য গ্ৰামীণ হেৰিটেজ এম্পৰিয়ামত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয়

ছাত্ৰ ছাত্ৰীৰ মাজত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

জালুকবাৰী, ১২ আগষ্ট জালুকবাৰীস্থিত ব্ৰহ্মপুত্ৰ গুৰুকুল একাডেমীত ১১ আগষ্টত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ

এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে পংকজ ত্ৰিপাঠীক লৈ মুকলি কৰিলে নতুন মটৰ ইনশ্বুৰেঞ্চ ফিল্ম

গুৱাহাটী; ১২ আগষ্ট : ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে নিজৰ সমন্বিত ব্ৰেণ্ড অভিযান ‘চুনিয়ে ভৰোছা, আপোনো ছা’ৰ পৰৱৰ্তী অধ্যায় হিচাপে মটৰ ইনশ্বুৰেঞ্চক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এখন নতুন ফিল্ম

ৰুক্মিণীনগৰত স্বাধীনতা দিৱসত কুইজ প্ৰতিযোগিতা

গুৱাহাটী, ১১ আগষ্ট: বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ১৫ আগষ্টত দিনৰ ১১ বজাৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে দুখনকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতা ৰুক্মিণীনগৰ

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন আজাৰা ,১০ আগষ্ট : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান 'অন্বেষ গোষ্ঠী'ৰ ১১০ সংখ্যক বৈঠকখন ৯ আগষ্টত গোষ্ঠীৰ নিজা কাৰ্যালয়ত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ

ওড়িশাৰ ভুৱনেশ্বৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী , ১০ আগষ্ট: গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত যোৱা ৭ আগষ্টত "গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা" শীৰ্ষক