Yearly Archives

2026

গুৱাহাটীৰ ODIIN Experiences-লৈ ET Hospitality World Awards-ত ‘নাইটক্লাব অৱ দ্য ইয়েৰ ২০২৬ (ইষ্ট)’…

গুৱাহাটী, ২৯ অক্টোবৰ : গুৱাহাটীৰ অ’ডিন এক্সপিৰিয়েন্সেছে (ODIIN Experiences) ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেণ্ট এণ্ড নাইটলাইফ এৱাৰ্ডছত (ET Hospitality World Restaurant & Nightlife Awards) ২০২৬ বৰ্ষৰ (ইষ্ট) ‘নাইটক্লাব অৱ দ্য…

‘খেত বচাও অভিযান’ৰ অধীনত জ্ঞানকেন্দ্ৰত কৃষকৰ বাবে সজাগতা কাৰ্যসূচী সম্পন্ন

আজাৰা ,২৯ অক্টোবৰ : ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ২২ অক্টোবৰৰ দেশজুৰি চলি থকা 'খেত বচাও অভিযান'ৰ অহা ৩০ নৱেম্বৰত সামৰণি পৰিব। এই অভিযানৰ অংশ হিচাপে ২৭ অক্টোবৰত মাটিৰ স্বাস্থ্য সংৰক্ষণ, সুষম সাৰ…

খানামুখত শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপন; দিহা নাম প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

জালুকবাৰী , ২৯ অক্টোবৰ: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা উদযাপন কৰা হয়। ২৫ অক্টোবৰত পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে…

তৃণমূল পৰ্যায়ত যুৱ ক্ৰিকেট প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ, অসমৰ ১০খন…

গুৱাহাটী, ২৮ অক্টোবৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ ১০খন বিদ্যালয়ত ক্ৰিকেটৰ সামগ্ৰী বিতৰণ কৰে। তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ প্ৰসাৰ, যুৱ ক্ৰীড়া প্ৰতিভাৰ বিকাশ আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা…

ভাৰতৰ শীৰ্ষ বৈদ্যুতিক বাহনত এতিয়া অনন্য আভিজাত্যৰ পৰশ

গুৱাহাটী, ২৮ অক্টোবৰ : দেশৰ বৈদ্যুতিক বাহনৰ জগতত ব্যৱসায়িক শ্ৰেণীৰ আৰাম আৰু আধুনিক বৈভৱক এক অনন্য উচ্চতালৈ লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াই। প্ৰতিষ্ঠানটোৱে আজি ভাৰতৰ আগশাৰীৰ ইভিৰ* অধিক বিলাসী ৰূপ ‘এম…

মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক আদৰণি…

গুৱাহাটী , ২৪ অক্টোবৰ : অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূৰ্বে পশ্চিমবংগৰ কোচবিহাৰ জিলা ভ্ৰমণ কৰিছিল। ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰয়াণ হোৱা ঐতিহাসিক…

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ সমীপৰ মেঘালয়ৰ ৰিভয় জিলাৰ উমচাও – বাৰেগাঁৱৰ জৰাজীৰ্ণ ৰূপ ধাৰণ…

ৰাণী,২৪ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰিভয় জিলাৰ মহকুমা সদৰ পাথৰখামাৰ কাষৰীয়া উমচাও আৰু বাৰেগাঁও নামৰ গাঁও দুখনত অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হিচাপে পৰিচিত ৰাভা জনগোষ্ঠীৰ প্ৰায়…

এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে উন্নত মনোৰঞ্জনৰ সুবিধা

গুৱাহাটী, ২৪ অক্টোবৰ : গ্ৰাহকৰ বাবে মোবাইল ডাটা এতিয়া কেৱল সংযুক্ত হৈ থকাৰ মাধ্যম নহয়। ই এতিয়া বিভিন্ন অনুষ্ঠান আৰু চিনেমা চোৱা, কণ্টেণ্ট ক্ৰিয়েটৰসকলক অনুসৰণ কৰা, সংগীত শুনা আৰু নতুন কণ্টেণ্ট আৱিষ্কাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ…

ভি আই পি দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী আৰম্ভ # স্মৃতিগ্ৰন্থ “দুৰ্গা দৰ্পন” উন্মোচন

১৫ অক্টোবৰ: মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা আৰক্ষী থানা এলেকাৰ ভি আই পি'ৰ শ্যামভূমি হাইস্কুল খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ভি আই পি আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী উৎসৱ।সাত দিনীয়াকৈ অনুষ্ঠিত ৰূপালী জয়ন্তী উৎসৱৰ…

এইচডিএফচি বেংকৰ ফেষ্টিভ ট্ৰিটছ ২০২৬ মুকলি – ১০,০০০ ৰো অধিক আকৰ্ষণীয় অফাৰ

গুৱাহাটী, ১5 অক্টোবৰ : ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে সমগ্ৰ দেশতে উৎসৱৰ বতৰ উদযাপন কৰিবলৈ নিজৰ বাৰ্ষিক ফেষ্টিভ ট্ৰিটছ ২০২৬ অভিযান মুকলি কৰিছে। এই অভিযানৰ অধীনত ঋণ, ক্ৰেডিট কাৰ্ড, ছেভিংচ একান্ট, চলিত একাউণ্ট আৰু…