Yearly Archives

2026

অম্বুবাচী মেলাত তীৰ্থযাত্ৰীসকলক টপচেম চিমেণ্টৰ খোৱা পানীৰ বটল বিতৰণ

গুৱাহাটী, 26 জুন : সামূহিক কল্যাণ আৰু ৰাজহুৱা সেৱাৰ প্ৰতি নিৰন্তৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি, টপচেম চিমেণ্টে নীলাচল সেৱা সমিতি, গণেশ পথৰ সাৰ্বজনিক দুৰ্গা পূজা সমিতি আৰু ওডালবাক্ৰা যুৱ মঞ্চৰ সহযোগত অম্বুবাচী মেলা 2026 ত অংশগ্ৰহণ কৰা

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখা আৰু মহিলা শাখাৰ অধিবেশন সম্পন্ন

মালিগাঁও, ২৪ জুন' : উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন "এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখাৰ আৰু মহিলা শাখাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশনখন ২২ জুনত মালিগাঁৱৰ ৩

ৰেডিছন ব্লু গুৱাহাটীত ‘ভেণ্ডি বজাৰ – দ্য ছ’ল অৱ মুম্বাই অন এ প্লেট’ৰ আয়োজন, কেফে বি ইউত মুম্বাইৰ…

গুৱাহাটী, ২৪ জুন : ৰেডিছন ব্লু গুৱাহাটীয়ে কেফে বি ইউত আয়োজন কৰিছে এক বিশেষ খাদ্য উৎসৱ ‘ভেণ্ডি বজাৰ – দ্য ছ’ল অৱ মুম্বাই অন এ প্লেট’, যাৰ জৰিয়তে গুৱাহাটীৰ অতিথিসকললৈ লৈ অহা হৈছে পুৰণি মুম্বাইৰ পৰিচিত আৰু ঐতিহ্যবাহী সোৱাদৰ এক

ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ পৰিচালনাত গুৱাহাটীৰ ২৩ স্থানত বিষ্ণু ৰাভা দিৱস উদযাপন বাল্মীকি সংগীত…

গুৱাহাটী , ২৩ জুনঃ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্য তিথি উপলক্ষে ১৯ আৰু ২০ জুনত গুৱাহাটীৰ ২৩ টা স্থানত ৰাজহুৱাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰাভা দিৱস উদযাপন কৰা

শিল্পগ্ৰামত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

গুৱাহাটী ,২৩ জুন : অগ্নিদগ্ধ লোকৰ চিকিৎসা আৰু নিৰাময়ৰ হকে কাম কৰি অহা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট 'বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে' যোৱা দুটা দশকত কেবা হাজাৰ ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত সম্পূৰ্ণ নিৰাময় কৰি সুস্থ জীৱন দিবলৈ সক্ষম

অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থাঅৰুণাচল প্ৰদেশৰ…

গুৱাহাটী, ২২ জুন : ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহত মোবাইল সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰথম পৰ্যায়ৰ কাম সফলভাৱে সম্পূৰ্ণ কৰিছে বুলি আজি ঘোষণা কৰে।

চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক কবিতা জালানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য়…

ৰাণী , ২০ জুন : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক কবিতা জালানে দ্বি-বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে যোৱা ১৮ আৰু ১৯ জুনত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫

ৰেডিছন ব্লু গুৱাহাটীত পিতৃ দিৱসৰ বিশেষ আয়োজন, পাৰিবাৰিক বন্ধন উদযাপনৰ বাবে সাজু বিশেষ ভোজন অভিজ্ঞতা

গুৱাহাটী, ২০ জুন : পিতৃ, পথপ্ৰদৰ্শক আৰু পিতৃসম ব্যক্তিসকলৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ৰেডিছন ব্লু গুৱাহাটীয়ে আয়োজন কৰিছে পিতৃ দিৱসৰ এক বিশেষ ভোজন অভিজ্ঞতা। স্মৰণীয় মুহূৰ্ত, ব্যতিক্ৰমী খাদ্য সম্ভাৰ আৰু পৰিয়ালৰ সৈতে মানসম্পন্ন

কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী, ১৬ জুন ঃ অসমৰ ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ বৌদ্ধিক আৰু সাংস্কৃতিক অনুষ্ঠান কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমে ১৪ জুন তাৰিখে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠানটিৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান

বৰলুইট প্ৰডাকশ্বনৰ ‘ডিফলু’ৰ মুক্তিযাত্ৰাৰ শুভাৰম্ভ; জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, ১৫ জুন, ২০২৬: অসমৰ দুগৰাকী কিংবদন্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই নিজৰ প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ডিফলু’ৰ প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে বৰলুইট