১৩ জুনত ৰাণীত কৃষক ৰাইজৰ ভূমি অধিগ্ৰহণৰ প্ৰতিবাদত ৰাজহুৱা সভা
ৰাণী ,১৩ জুন: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ কৃষক ৰাইজৰ ভূমি অধিগ্রহনৰ চৰকাৰী পদক্ষেপৰ বিৰোধিতা কৰিবলৈ বৃহত্তৰ ৰাণী অঞ্চলৰ সকলো গাঁও তথা জাতি-জনগোষ্ঠী ৰাইজক সামৰি অহা ১৩ জুনত এখন বৃহৎ!-->!-->!-->…