গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
জালুকবাৰী ,২৫ মে' : কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জালুকবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা ২৪ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত পদ্মভূষণ!-->!-->!-->!-->!-->…