শিল্পগ্ৰামত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান
গুৱাহাটী ,২৩ জুন : অগ্নিদগ্ধ লোকৰ চিকিৎসা আৰু নিৰাময়ৰ হকে কাম কৰি অহা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট 'বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে' যোৱা দুটা দশকত কেবা হাজাৰ ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত সম্পূৰ্ণ নিৰাময় কৰি সুস্থ জীৱন দিবলৈ সক্ষম!-->!-->!-->…