Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী…
আজাৰা ,৭ আগষ্ট : পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষ , ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ৬ আগষ্টত মহাবিদ্যালয়!-->!-->!-->!-->!-->…
শিৱসাগৰত অহৰ্নিশে বানাক্ৰান্তৰ কাষত উদ্যোগ মন্ত্রী বিমল বড়া
গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, প্ৰাচ্য ভিত্তিক কাৰ্য নীতি ইত্যাদি বিভাগৰ মন্ত্রী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই যোৱা ১৯জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বানাক্ৰান্ত শিৱসাগৰ জিলাৰ!-->!-->!-->!-->!-->…
হ’লিষ্টিক ফিজিঅ’থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ…
জালুকবাৰী , ৩ আগষ্ট : হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰে নিজৰ ১৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ছয়মাইলৰ ভি আই পি ৰোডত থকা পেৰামাউণ্ট স্কোৱেৰ, আৰু ৰাজগড় তিনিআলিত থকা গুৱাহাটীস্থিত কেন্দ্ৰত আহি এক বিনামূলীয়া!-->!-->!-->!-->!-->…
“নিৰ্বাক”ৰ ১৭ দিনীয়া মূকাভিনয় কৰ্মশালাৰ সামৰণি
গুৱাহাটী, ৩ আগষ্ট : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাক গোষ্ঠীৰ সহযোগত আয়োজিত ১৭ দিনীয়া মুকাভিনয় (মাইম) কৰ্মশালাৰ কালি সফল সামৰণি পৰে। কৰ্মশালাত ৪০ৰ অধিক শিক্ষাৰ্থীয়ে!-->!-->!-->!-->!-->…
অসম অসামৰিক সেৱাৰ বিষয়া বিমল ডেকাৰ কবিতা পুথি “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ” উন্মোচন
গুৱাহাটী ,৩ আগষ্ট : অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া , অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা , বিশিষ্ট কবি- সাহিত্যিক বিমল ডেকাৰ চতুৰ্থখন কবিতা পুথি "পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ" গুৱাহাটী প্ৰেছ!-->!-->!-->!-->!-->…
পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজা আৰম্ভ
আজাৰা , ৩ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ২ আগষ্টৰ পৰা পৰম্পৰাগত পাঁচদিনীয়া ধৰ্মীয়!-->!-->!-->!-->!-->…
মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
গুৱাহাটী , ৩ আগষ্ট : অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত ২৩ জুলাইৰ পৰা ২৯ জুলাইলৈ গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া "গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬" সফলতাৰে!-->!-->!-->!-->!-->…
ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’ত ভাৰতৰ বৈচিত্ৰময় খাদ্যসম্ভাৰ উদযাপনৰ উদ্দেশ্যে…
গুৱাহাটী, ৩ আগষ্ট : ভাৰতৰ বিভিন্ন প্ৰান্তৰ সোৱাদ একেখন চালিৰ তলতে উপভোগ কৰাৰ সুযোগ আনি খাদ্যপ্ৰেমীসকলৰ বাবে বিশেষ খাদ্য উৎসৱ ‘উত্তৰ দক্ষিণ – জব নৰ্থ মেট চাউথ’ৰ আয়োজন কৰিছে ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’য়ে। অহা ৩১!-->!-->!-->!-->!-->…
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত…
আজাৰা , ১ আগষ্ট : ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ মহিলা কল্যাণ সংস্থা "কল্যাণময়ী"ৰ উদ্যোগত , এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ) , বিষয়া সন্থা , এ টি চি গীল্ড এণ্ড!-->!-->!-->!-->!-->…
এইচডিএফচি বেংকৰ চিএছআৰ পদচিহ্নৰসকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজিলৈকে 10.77 কোটি জীৱন স্পৰ্শ
গুৱাহাটী, ১ আগষ্ট : “ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক” এইচডিএফচি বেংকে ইয়াৰ চিএছআৰ পদক্ষেপৰ জৰিয়তে 10.77 কোটিৰো অধিক জীৱনত প্ৰভাৱপেলাইছে। এই কাৰ্যসূচীবোৰৰ বাবে পৰিৱৰ্তন, এতিয়া ভাৰতৰ সমগ্ৰ 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলত!-->…