এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখা আৰু মহিলা শাখাৰ অধিবেশন সম্পন্ন
মালিগাঁও, ২৪ জুন' : উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন "এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখাৰ আৰু মহিলা শাখাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশনখন ২২ জুনত মালিগাঁৱৰ ৩!-->!-->!-->!-->!-->…