আই এ এছ এছ টি, গুৱাহাটীত তিনিদিনীয়াকৈ প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ অধিৱেশন
জালুকবাৰী ,২ জুলাই : গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিত ৯ জুলাইৰ পৰা ১১ জুলাইলৈ তিনিদিনীয়া কার্যসূচীৰে প্লাজমা ছায়েন্স ছ'চাইটি অৱ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ প্লাজমা পদার্থ বিজ্ঞান!-->!-->!-->…