Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
পথৰ দাঁতিৰ খাদ্যৰ অনন্য সোৱাদেৰে ৰেডিছন ব্লু গুৱাহাটীৰ কেফে বি ইউত আয়োজন ‘দ্য ষ্ট্ৰীট এডিট’ৰ
গুৱাহাটী, ২০ মে’: সকলো খাদ্যৰ বাবে সুকীয়া কোনো উপলক্ষৰ প্ৰয়োজন নাই। কেতিয়াবা কেৱল চিনাকি সোৱাদৰ টানেই এগৰাকী খাদ্যপ্ৰেমিকক লৈ আহে ডাইনিং টেবুললৈ- যি সোৱাদে মনত পেলাই দিয়ে ব্যস্ত চ’ক, ৰাস্তাৰ কাষৰ খাদ্যৰ ঠেলা গাড়ী আৰু কোনো বিশেষ!-->!-->!-->!-->!-->…
ভাৰতী এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় যে প্ৰাইয়ৰিটি পোষ্টপেইডে দৈনন্দিন নেটৱৰ্কৰ যানজঁটৰ…
গুৱাহাটী, ২২ মে’ : ভাৰতী এয়াৰটেলে মুকলি কৰিছে উন্নত ৫জি স্লাইচিং প্ৰযুক্তিৰে চালিত নতুন পোষ্টপেইড অফাৰ এয়াৰটেল প্ৰাইয়ৰিটি পোষ্টপেইড।এয়াৰটেলৰ গ্ৰাহকসকললৈ ইমেইলযোগে প্ৰেৰণ কৰা এখন পত্ৰত ভাৰতী এয়াৰটেল ইণ্ডিয়াৰ এমডি তথা চিইঅ’!-->!-->!-->!-->!-->…
অন্বেষ গোষ্ঠীৰ ১০৭ সংখ্যক মাহিলী বৈঠক সম্পন্ন
আজাৰা , ২১ মে' : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০৭ সংখ্যক বৈঠকখন ১৭ মে'ত খানামুখৰ ৰূপালীম নগৰস্থিত মহেশ্বৰ লহকৰৰ বাসভৱনত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য!-->!-->!-->!-->!-->…
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
আজাৰা, ১৯ মে': গৱেষণা হাইটছ ফাউণ্ডেচন আৰু পৰিবেশ সুৰক্ষা প্রশিক্ষণ তথা গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত এনভাইৰনমেণ্টন্ট প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সম্মান লাভ!-->!-->!-->!-->!-->…
ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা, চিকিৎসকৰ সতর্কবাণীঅসমত ৫৭০…
গুৱাহাটী, ১৬ মে’ : ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰি কয় যে তাপমাত্রা বৃদ্ধি, জলবায়ু পৰিৱর্তন, দ্ৰুত নগৰায়ণ আৰু দুর্বল পানী ব্যৱস্থাপনা পদ্ধতিৰ ফলত ভাৰতৰ নগৰসমূহ দ্রুত ডেংগুৰ হটস্পটত পৰিণত হৈছে।!-->!-->!-->…
পাণ্ডু সদিলাপুৰত এছ ডি ফায়াৰ প্ৰটেকচনৰ কাৰ্যালয় উদ্ধোধন
জালুকবাৰী ,১৬ মে' : গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ শাখা ডাকঘৰৰ সমীপত সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে ১২ মে'ত এছ ডি ফায়াৰ প্ৰটেকচন নামেৰে এটা প্ৰতিষ্ঠানৰ কাৰ্যালয় উদ্ধোধন কৰা হ'য়। মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক লোকৰ উপস্থিতিত!-->!-->!-->…
অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘কাৰিকৰী আৰু ব্যৱহাৰিক…
গুৱাহাটী ,১৬ মে' : গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত যোৱা ১৫ মে'ত 'কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা' শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ আনহাতে অসম মহিলা অভিযন্তা সংস্থাৰ!-->!-->!-->!-->!-->…
উন্নয়নৰ প্ৰতি অনিহা নে ধৰ্মীয় দৃষ্টিকোণ তাক লৈ চৰ্চা ;জালুকবাৰীত আশা কৰা ধৰণে সংখ্যালঘূৰ ভোট…
জালুকবাৰী , ১১ মে': ১৯৯৪ চনত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আহ্বানত কংগ্ৰেছ দলত যোগদানেৰে সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে!-->!-->!-->…
ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন
গুৱাহাটী ১১ মে': বিগত বছৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ৯ মে'ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ!-->!-->!-->…
গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি ;; পুৰুষত কটন আৰু…
জালুকবাৰী , ১১ মে’ : গুৱাহাটী বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত ৮ আৰু ৯ মে’ত বিশ্ববিদ্যালয় চৌহদত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । পুৰুষ আৰু মহিলা দুয়োটা শাখাত!-->!-->!-->!-->!-->…