Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন
গুৱাহাটী ,১১ ফেব্ৰুৱাৰী :; অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ!-->!-->!-->!-->!-->…
এয়াৰটেলে মুকলি কৰিলে ‘অ’ টি পি লিকেজ’ৰ জৰিয়তে সংঘটিত প্ৰবঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ নতুন কৃত্ৰিম…
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : স্পাম আৰু ডিজিটেল প্ৰবঞ্চনাৰ বিৰুদ্ধে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে এয়াৰটেলে আজি ফ্ৰ’ড এলাৰ্ট শীৰ্ষক এটি নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাই অ’ টি পি!-->!-->!-->!-->!-->…
গুৱাহাটীত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ সংগীত প্ৰতিভাৰ বিশাল সমাৰোহ: সম্পন্ন হ’ল ‘সুৰ সংগম’ৰ গ্ৰেণ্ড…
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত সংগীত প্ৰতিভা, অপৰিসীম আত্মবিশ্বাস আৰু সৃজনশীলতাক এক মৰ্যাদাপূৰ্ণ চিনাকি দি গুৱাহাটীত সম্পন্ন হয় ‘সুৰ সংগম – টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ গ্ৰেণ্ড ফাইনেল।!-->!-->!-->!-->!-->…
মাৰোৱাৰী হাস্পিটেলছৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত হৃদৰোগ সজাগতা
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : নগৰস্থিত মাৰোৱাৰী হাস্পিটেলছে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক হৃদৰোগ সজাগতা প্রেছ মিটৰ আয়োজন কৰে। এই প্ৰেছ মিটৰ মূল উদ্দেশ্য আছিল হাস্পিটেলখনৰ সুপাৰস্পেচিয়েলিটি কার্ডিঅ'লজি বিভাগৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু!-->…
গৰিমা শইকীয়া গাৰ্গৰ সৈতে পিয়াৰলেছ হস্পিতালৰ বিশেষ উদ্যোগ; ৪০ গৰাকী বৃদ্ধা মাতৃক বিনামূলীয়া…
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: মানৱীয়তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পিয়াৰলেছ হস্পিতালে মঠঘৰীয়াৰ মাতৃ নিৱাস বৃদ্ধাশ্ৰম আৰু সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ প্ৰায় ৪০ গৰাকী বৃদ্ধা মাতৃক প্ৰদান কৰে সম্পূৰ্ণ বিনামূলীয়া!-->!-->!-->!-->!-->…
অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ২ ফেব্ৰুৱাৰী : অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ ৰচিত গ্ৰন্থ "As Life Moves On" ৩০ জানুৱাৰীৰ দিনা সন্ধিয়া গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত এক সাহিত্যিক অনুষ্ঠানত উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত!-->!-->!-->!-->!-->…
ভাগৱত লৈ বিশাল শোভাযাত্ৰা ;খানামুখ ৰাজহুৱা নামঘৰৰ বাৰ্ষিক হোমাহুতি সম্পন্ন
জালুকবাৰী , ২ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ পশ্চিম জালুকবাৰীৰ ঐতিহাসিক খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰৰ দৰে এইবেলিও পবিত্র মাঘী পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি পহিলা ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীবিষ্ণুদেৱৰ বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত হয়।!-->!-->!-->!-->!-->…
পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬ৰ শুভ উদ্বোধন; খাদ্য আৰু আতিথ্য খণ্ডৰ বিকাশৰ সম্ভাৱনীয়তা প্ৰদৰ্শন
অঞ্চলটোৰ আগশাৰীৰ খাদ্য আৰু আতিথ্য খণ্ডৰ বি-টু-বি এক্সপ’ত ৮০ খনৰো অধিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ৭,০০০ ব্যৱসায়িক দৰ্শকৰ অংশগ্ৰহণৰ সম্ভাৱনা
গুৱাহাটী, ২৯ জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংসাধন তথা আতিথ্য উদ্যোগৰ পৰিসৰ বৃদ্ধি!-->!-->!-->!-->!-->!-->!-->…
ওড়িশা পৰৱ: কলা, সোৱাদ আৰু ঐতিহ্যৰ জৰিয়তে গুৱাহাটীত ওড়িশাৰ চিৰন্তন সত্তাৰ প্ৰদৰ্শন
গুৱাহাটী, ২৯ জানুৱাৰী : ওড়িশা চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু উদ্যোগিক অংশীদাৰ এফ আই চি চি আইৰ সহযোগত আজি গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত এক সংবাদমেল অনুষ্ঠিত হয়। ৰাজ্যখনৰ সজীৱ ঐতিহ্য, কলা, খাদ্য সম্ভাৰ আৰু পৰ্যটনৰ আকৰ্ষণসমূহ উদযাপনৰ!-->…
পৰ্যটন অৰ্থনীতিৰ ব্যাপক পৰিকল্পনাৰে সাজু মিজোৰামঃ ৩৯৫ কোটি টকাৰ আন্তঃগাঁথনি, ১৪৫ শতাংশ বিকাশ আৰু…
পৰ্যটকক দীঘলীয়া সময়ৰ বাবে আকৰ্ষণৰ লক্ষ্যৰে 'মিজোৰাম টুৰিজিম ইভেন্ট কেলেণ্ডাৰ ২০২৬' মুকলি মিজোৰামৰ
আইজল আন্তৰ্জাতিক হাফ মাৰাথনে ভাৰতৰ ক্ৰীড়া পৰ্যটনৰ মানচিত্ৰত শক্তিশালী ৰূপত উপস্থাপন কৰিব মিজোৰামক, অংশগ্ৰহণ কৰিব!-->!-->!-->…