Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
হাৰ্ট ভাল্ভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটত অসমৰ আৰ্থিকভাৱে দুৰ্বল…
গুৱাহাটী, ২৫ জুলাই : উত্তৰ-পূৱৰ হৃদযন্ত্ৰৰ যতনৰ ক্ষেত্ৰত এক বৃহৎ উত্থান ঘটাই নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ মেনেজিং ট্ৰাষ্টী ডা° অশোক ছেঠৰ নেতৃত্বত গঠিত দাতব্য সংস্থা হাৰ্ট ভালভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া (এইচ ভি!-->!-->!-->…
পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ প্ৰথম প্ৰতিষ্ঠা দিৱস; এটা বছৰৰ মানৱীয় চিকিৎসাসেৱাৰ যাত্ৰা উদযাপন
গুৱাহাটী; ২৫ জুলাই : উন্নত চিকিৎসাসেৱা আৰু ৰোগীৰ নিৰাপত্তাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰি প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰিলে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। ২০২৫ চনৰ ২১ জুলাইত উদ্বোধন হোৱাৰ পিছত এটা বছৰ পূৰ্তি উপলক্ষে হাস্পতাল খনে!-->!-->!-->…
এয়াৰটেলৰ আনলিমিটেড 5G হটস্পট ব্যৱহাৰ সম্পৰ্কে ভুৱা দাবী পৰীক্ষণ অবিহনে দ্ৰুতভাৱে বিয়পি…
গুৱাহাটী ২৩ জুলাই : এয়াৰটেলৰ আনলিমিটেড 5G ডাটা অফাৰৰ অধীনত মোবাইল হটস্পট ব্যৱহাৰক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বহু ভুৱা আৰু বিভ্ৰান্তিকৰ দাবী প্ৰচাৰিত হৈছিল। এই বিতৰ্ক মূলতঃ এয়াৰটেলৰ পূৰ্বৰ চৰ্তাৱলীৰ এটা ধাৰাৰ ব্যাখ্যাক কেন্দ্ৰ কৰি!-->…
কলকাতাৰ মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হোৱা মুনীন্দ্ৰ শইকীয়াক মালিগাঁৱত বিপুল…
গুৱাহাটী, ১৮ জুলাই : অসমৰ বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অভিযন্তা , ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেলৱেমেনছ ( এন এফ আই আৰ) ৰ!-->!-->!-->!-->!-->…
দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো তিনিটাকৈ দৰ্শনীত হাউছফুলৰে আজাৰা ভি আই পিৰ “আৰ আৰ চিনেমাছ”ত…
আজাৰা , ১৮ জুলাই : শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে!-->!-->!-->!-->!-->…
গুৱাহাটীত অনুষ্ঠিত ৩৫তম জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে…
গুৱাহাটী ১৬ জুলাই ২০২৬: জে কে চিমেন্ট লিমিটেডৰ উদ্যোগত আয়োজিত ৩৫তম জে কে আৰ্কিটেক্ট অৱ দ্য ইয়েৰ (JK AYA) বঁটা প্ৰদান অনুষ্ঠান ১৫ জুলাই, ২০২৬ তাৰিখে গুৱাহাটীত সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত দেশৰ বিশিষ্ট স্থাপত্য, নিৰ্মাণ উদ্যোগৰ!-->…
নাথিং-ৰ নতুন সংযোজন ফোন (৪বি) এতিয়া বজাৰত উপলব্ধ
গুৱাহাটী, ১৭ জুলাই : লণ্ডনভিত্তিক উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিঙে আনুষ্ঠানিকভাৱে বজাৰত মুকলি কৰিছে তেওঁলোকৰ নতুন (বি) ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন ‘ফোন (৪বি)’। নাথিং ইক’চিষ্টেমত প্ৰৱেশৰ আটাইতকৈ সহজ উপায় হিচাপে পৰিগণিত এই!-->!-->!-->!-->!-->…
বৰলুইট প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি
গুৱাহাটী, ১৬ জুলাই : সমাগত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ডিফলু’ৰ অন্যতম গীত ‘সৰগী সপোন’-এ দৰ্শকৰ উষ্ম সঁহাৰি লাভ কৰাৰ পাছতে ছবিখনৰ নিৰ্মাতাসকলে এতিয়া মুকলি কৰিছে ছবিখনৰ সজীৱ আৰু উচ্ছল শীৰ্ষ গীত, ‘ডিফলু নদীৰ পাৰতে’, যি গীতে!-->!-->!-->!-->!-->!-->!-->…
বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি)ৰ…
গুৱাহাটী, ১১ জুলাই : অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-এ ২০২৬–২৭ শিক্ষাবৰ্ষৰ পৰা চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি) আৰম্ভ কৰিবলৈ সাজু হৈছে। এই কাৰ্যসূচীয়ে!-->!-->!-->…
নাথিং-ৰ নতুন সংযোজন ফোন (৪বি)
গুৱাহাটী, ১০ জুলাই : স্মাৰ্টফোনৰ সামগ্ৰীৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণৰ দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিছে লণ্ডনভিত্তিক উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিঙে। সেই ধাৰাবাহিকতাত প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে তেওঁলোকৰ (বি) ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন!-->!-->!-->!-->!-->…