জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী ,২৯ জুন: জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ দ্বিতীয়খন বৈঠক ২৮ জুনত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভণিতে

মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ “A World below the Roundabout ”উন্মোচন

গুৱাহাটী , ২৯ জুন : যুৱ প্ৰজন্মৰ প্ৰতিভাবান কবি - লেখিকা মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ A World below the Roundabout ২৭ জুনত গুৱাহাটীৰ বৰাগাওঁস্থিত কুমাৰ গ্ৰীণ ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয় অনুষ্ঠানত উপস্থিত থাকি

পূৰবী ডেইৰীয়ে মুকলি কৰিলে প্ৰিমিয়াম পশুৰ খাদ্য ‘পূৰবী দানা ছুপ্ৰিম’

বৰপেটা, ২৯ জুন, ২০২৬: উন্নত মানৰ পশুখাদ্যৰ জৰিয়তে দুগ্ধ উৎপাদন আৰু অধিক বৃদ্ধি কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে ‘পূৰবী ডেইৰী’ নামেৰে সৰ্বাধিক পৰিচিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)য়ে। সেই উদ্যোগৰ অংশ হিচাপে ২৯ জুনত বৰপেটা

বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ কামনা দুৰ্ভগীয়া কেজুৱেল বনকৰ্মীৰ ;মাৰ্চ মাহত ভেৰিফিকেচনৰ পৰা…

গুৱাহাটী, ২৬ জুন : অসম চৰকাৰৰ বন বিভাগত প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান , বন্যপ্ৰাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল , ব্যঘ্ৰ প্ৰকল্প সমুহত বন্যপ্ৰাণী , জীৱ জন্তু , গছ - গছনি আদি চোৰাং চিকাৰী , দুস্কৃতিকাৰীৰ কবলৰ পৰা

অম্বুবাচী মেলাত তীৰ্থযাত্ৰীসকলক টপচেম চিমেণ্টৰ খোৱা পানীৰ বটল বিতৰণ

গুৱাহাটী, 26 জুন : সামূহিক কল্যাণ আৰু ৰাজহুৱা সেৱাৰ প্ৰতি নিৰন্তৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি, টপচেম চিমেণ্টে নীলাচল সেৱা সমিতি, গণেশ পথৰ সাৰ্বজনিক দুৰ্গা পূজা সমিতি আৰু ওডালবাক্ৰা যুৱ মঞ্চৰ সহযোগত অম্বুবাচী মেলা 2026 ত অংশগ্ৰহণ কৰা

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখা আৰু মহিলা শাখাৰ অধিবেশন সম্পন্ন

মালিগাঁও, ২৪ জুন' : উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন "এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখাৰ আৰু মহিলা শাখাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশনখন ২২ জুনত মালিগাঁৱৰ ৩

ৰেডিছন ব্লু গুৱাহাটীত ‘ভেণ্ডি বজাৰ – দ্য ছ’ল অৱ মুম্বাই অন এ প্লেট’ৰ আয়োজন, কেফে বি ইউত মুম্বাইৰ…

গুৱাহাটী, ২৪ জুন : ৰেডিছন ব্লু গুৱাহাটীয়ে কেফে বি ইউত আয়োজন কৰিছে এক বিশেষ খাদ্য উৎসৱ ‘ভেণ্ডি বজাৰ – দ্য ছ’ল অৱ মুম্বাই অন এ প্লেট’, যাৰ জৰিয়তে গুৱাহাটীৰ অতিথিসকললৈ লৈ অহা হৈছে পুৰণি মুম্বাইৰ পৰিচিত আৰু ঐতিহ্যবাহী সোৱাদৰ এক

ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ পৰিচালনাত গুৱাহাটীৰ ২৩ স্থানত বিষ্ণু ৰাভা দিৱস উদযাপন বাল্মীকি সংগীত…

গুৱাহাটী , ২৩ জুনঃ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্য তিথি উপলক্ষে ১৯ আৰু ২০ জুনত গুৱাহাটীৰ ২৩ টা স্থানত ৰাজহুৱাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰাভা দিৱস উদযাপন কৰা

শিল্পগ্ৰামত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

গুৱাহাটী ,২৩ জুন : অগ্নিদগ্ধ লোকৰ চিকিৎসা আৰু নিৰাময়ৰ হকে কাম কৰি অহা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট 'বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে' যোৱা দুটা দশকত কেবা হাজাৰ ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত সম্পূৰ্ণ নিৰাময় কৰি সুস্থ জীৱন দিবলৈ সক্ষম

অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থাঅৰুণাচল প্ৰদেশৰ…

গুৱাহাটী, ২২ জুন : ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহত মোবাইল সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰথম পৰ্যায়ৰ কাম সফলভাৱে সম্পূৰ্ণ কৰিছে বুলি আজি ঘোষণা কৰে।