ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াৰ টেবুল টেনিছ আৰু বেডমিন্টন প্ৰতিযোগিতাত অসমৰ সাতটা পদকৰে প্ৰশংসনীয় প্ৰদৰ্শন…

গুৱাহাটী , ২৬ মাৰ্চ : উত্তৰ প্ৰদেশৰ আগ্ৰাৰ একলব্য ক্ৰীড়া ষ্টেডিয়ামত ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত "ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া মহোৎসৱ - ২০২৬" ত অসমৰ প্ৰতিযোগীসকলে সুসংহত কৌশল, শৃঙ্খলাবদ্ধ প্ৰয়াস আৰু উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়

পিয়াৰলেছ হাস্পতালৰ সতৰ্কবাণী; ভাৰতত যক্ষ্মাৰোগ বিয়পি থকাৰ প্ৰধান কাৰণ বিলম্বিত ৰোগ নিৰ্ণয় আৰু…

গুৱাহাটী, ২৬ মাৰ্চ, ২০২৬: প্ৰতিৰোধ আৰু নিৰাময়যোগ্য হোৱা সত্ত্বেও ভাৰতত এক অন্যতম জনস্বাস্থ্যৰ প্ৰত্যাহ্বান হিচাপে আজিও বিবেচিত হৈ আহিছে যক্ষ্মা ৰোগ। বিশেষজ্ঞসকলে ইয়াৰ স্থায়িত্বৰ বাবে মূলত ৰোগ নিৰ্ণয়ত হোৱা বিলম্ব, চিকিৎসকৰ

পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱৰ নতুন সমিতি গঠন

জালুকবাৰী , ১৩ মাৰ্চ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত বিগত বছৰ সমুহৰ দৰে এইবেলিও অহা ১৬ এপ্ৰিল ২ বহাগত এদিনীয়া কাৰ্যসূচীৰে পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ উদযাপন কৰা হব।

এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন

গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰি সমস্যা সমাধানত বিশেষ গুৰুত্ব প্ৰদান গুৱাহাটী, ১৩ মাৰ্চ : এয়াৰটেলে আজি বাৰ্ষিক গ্ৰাহক দিৱস ২০২৬ পালন কৰি এই দিনটোৰ জৰিয়তে নিজৰ সেৱাৰ মানদণ্ড গ্ৰাহকৰ বাবে অধিক সা-সুবিধাজনক আৰু উন্নত কৰি তুলিবলৈ গুৰুত্ব আৰোপ

গুৱাহাটীৰ এটি পৰিয়ালে ব্যক্ত কৰিলে জটিল কৰ্কট ৰোগৰ চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ অভিজ্ঞতা

গুৱাহাটী, ১২ মাৰ্চঃ যকৃতৰ কৰ্কট ৰোগে জটিল ৰূপ ধাৰণ কৰা মাতৃক যন্ত্ৰণামুক্ত চিকিৎসাৰ বাবে গুৱাহাটীৰ পিয়েৰলেচ হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ এক বিশেষ অভিজ্ঞতা শেহতীয়াকৈ ব্যক্ত কৰিছে চহৰখনৰ এটা

উত্তৰ-পূবৰ বজাৰত ৰয়েলঅ’ক ফাৰ্নিচাৰৰ শক্তিশালী পদাৰ্পণ; গুৱাহাটীত দ্বিতীয়টো ফ্লেগশ্বিপ ষ্ট’ৰ মুকলি

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : আধুনিকতা আৰু আৰামৰ এক অপূৰ্ব সমন্বয় ঘটাই ভাৰতৰ এক নম্বৰ আচবাব ব্ৰেণ্ড ‘ৰয়েলঅ’ক ফাৰ্নিচাৰে’ শেহতীয়াকৈ গুৱাহাটীৰ ধাৰাপুৰত মুকলি কৰে প্ৰতিষ্ঠানটোৰ দ্বিতীয়টো বিশাল ফ্লেগশ্বিপ ষ্ট’ৰ। অসমৰ হৃদপিণ্ড গুৱাহাটীত

অসমৰ সামূহিক স্বাস্থ্যসেৱাৰ প্ৰতি দায়বদ্ধতাটপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকুৰ ছানি পৰা…

গুৱাহাটীঃ ২৫ ফেব্ৰুৱাৰী : উত্তৰ-পূব ভাৰতৰ অন্যতম বিশ্বাসযোগ্য চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে আই ক্লিনিক আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰৰ চিকিৎসকৰ সহযোগত নৱম সংখ্যক বিনামূলীয়া চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আৰম্ভ কৰাৰ কথা

ৰেডিছন ব্লু গুৱাহাটীৰ নেষ্ট এছিয়াত সাংস্কৃতিক আভিজাত্য আৰু ভোজনৰ সোৱাদৰে চীনা নৱবৰ্ষৰ বিশেষ আয়োজন

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ নতুনত্ব, সমৃদ্ধি আৰু একতাৰ বাৰ্তা কঢ়িয়াই অনা ঋতুৰ সৈতে সংগতি ৰাখি ‘নেষ্ট এছিয়া’ত শেহতীয়াকৈ আৰম্ভ হৈছে এক বিশেষ ভোজন উৎসৱ। ১৭ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত ৰেডিছন ব্লু

নাবাৰ্ডে অসমৰ বাবে বিত্তীয় বৰ্ষ ২০২৬‑২৭ত ₹৯২,২০৭.৭২ কোটি টকাৰ ঋণ ক্ষমতাৰ অনুমান প্ৰকাশ কৰিছে

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (নাবাৰ্ড), অসম আঞ্চলিক কাৰ্যালয়ে ২১ ফেব্ৰুৱাৰী ২০২৬ত গুৱাহাটীস্থিত হোটেল ভিভান্তাত “ই‑কেচিচি চালিত কৃষি ঋণ বৃদ্ধি” শীৰ্ষক ৰাজ্যিক ঋণ সঙ্‌গোষ্ঠী ২০২৬‑২৭ৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজ্য

অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত পশ্চিম ৰামচাৰাণি উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা সম্পন্ন

আজাৰা ,২১ ফেব্ৰুৱাৰী : ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতিয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পশ্চিম ৰামচাৰাণি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শিশু কিশোৰৰ মানসিক