পহিলা বহাগত সাতজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা শ্ৰীনগৰ সাহিত্য সভাৰ

গুৱাহাটী , ১৯ এপ্ৰিল : পহিলা ব'হাগত ৰাজ্যজুৰি অসম সাহিত্য সভাই "নিজৰদিন" পালন কৰে । আনহাতে অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী মহানগৰীৰ শ্রীনগৰ সাহিত্য সভাৰ তৰফৰপৰা ৭ গৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে - কল্প ডেকা , ৰুণু

আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ

জালুকবাৰী ,১৩ এপ্ৰিল : মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতা ২০২৫–২৬ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাফিয়া ইয়াছমিন শইকীয়াই সোণৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডঃ

মালিগাঁৱত ‘জুবিন গাৰ্গ ৰেলৱে বিহুতলী সাংস্কৃতিক কেন্দ্ৰ মুকলি ; স্থায়ী ঠিকনা পালে পাণ্ডু বিহু…

মালিগাওঁ , ১৩ এপ্ৰিল : অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে

৪০০ কোটি টকাৰ টাৰ্ণঅ’ভাৰ অতিক্ৰম পূৰবীৰ; ২০২৬ বিত্তীয় বৰ্ষত ৫৮,০০০ লৈ বৃদ্ধি কৃষকৰ নেটৱৰ্ক

গুৱাহাটী, ১১ এপ্ৰিল : প্ৰাক-ৰঙালী বিহুৰ উলাহৰ মাজতে পূৰবী ডেইৰীয়ে অতিক্ৰম কৰিছে ব্যৱসায়িক সফলতাৰ এক বিশেষ মাইলৰ খুঁটি। শনিবাৰে পূৰবী ডেইৰী চৌহদত আয়োজিত প্ৰাক-ৰঙালী বিহুৰ অনুষ্ঠানৰ ক্ষণত সমবায় প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা

৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ ৯ এপ্ৰিলত ১৬ সংখ্যক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতেই তামুলপুৰৰ জিলা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী

শিপিনী নেতৃত্বাধীন শিল্পকলাৰ পুনৰুজ্জীৱনৰ লক্ষ্যেৰে গুৱাহাটীত অন্তৰণৰ হস্ততাঁত প্ৰদৰ্শনী আয়োজন

গুৱাহাটী; ৪ এপ্ৰিল: টাটা ট্ৰাষ্টৰ উদ্যোগত অন্তৰণে আজি জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত দুদিনীয়া হস্ততাঁত প্ৰদৰ্শনী উদ্বোধনেৰে সমগ্ৰ উত্তৰ-পূবৰ উদ্যমী শিপিনীসকলৰ কাম-কাজ মহানগৰীত প্ৰদৰ্শন কৰে। অহা ৫ এপ্ৰিললৈকে চলিবলগীয়া এই

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

জালুকবাৰী ,৪ এপ্ৰিল : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন যোৱা ৩ এপ্ৰিলত সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত বিশ্ববিদ্যালয় অনুদান আয়োগৰ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাখনৰ

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহি আছে ক্ৰিকেটাৰ ইউচুফ পাঠান

গুৱাহাটী ,৪ এপ্ৰিল : অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনলৈ মাজতে মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দল আৰু প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। যিহেতু ৭ এপ্ৰিলৰ দিনা বিয়লি ৫ বজাত

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্যৰে জালুকবাৰীত পাঁচখন…

আজাৰা , ৩১ মাৰ্চ : সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আঠখন গাওঁ পঞ্চায়তৰ ভিতৰত পাঁচখন নতুন জালুকবাৰী সমষ্টিত আৰু তিনিখন পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তেনেদৰে গুৱাহাটী পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ ভিতৰত ৫

কালিনাৰী কেচকেডছত পৰ্যটন আৰু পৰিচয়ক লৈ চিটি ২.০-ৰ বিশেষ চৰ্চা; মেঘালয়ৰ খাদ্য সম্ভাৰ আৰু সাংস্কৃতিক…

শ্বিলং, ৩০ মাৰ্চ : মেঘালয়ত আয়োজিত হৈ থকা বিশেষ পাক-বৈচিত্ৰ্যৰ যাত্ৰা চিটি ২.০ৰ মাজতে মেঘালয়ৰ সাংস্কৃতিক পৰিচয় আৰু পৰ্যটনৰ সম্ভাৱনাক লৈ শ্বিলঙৰ ৱাৰ্ডছ লেকত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ। উল্লেখ্য যে, কালিনাৰী কাচকেডছ নামৰ এই