আই এছ বি টি গুৱাহাটীত বিনামূলীয়াকৈ বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ আয়োজন পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ

গুৱাহাটী, ১৩ আগষ্ট : মহানগৰীত নতুনকৈ মুকলি হোৱা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আজি গুৱাহাটীৰ আই এছ বি টিত বিনামূলীয়া বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ সফলতাৰে আয়োজন কৰে। সমাজক সুলভ স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ

টপচেম চিমেণ্টে ভাৰতীয় ৰেডক্ৰচ ছছাইটিৰ লগত যৌথভাবে ৰক্তদান শিবিৰৰ আয়োজন কৰে

গুৱাহাটী: ৮ আগষ্ট: টপচেম চিমেণ্ট উত্তৰ- পূব ভাৰতৰ এক অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড, যিয়ে সমাজ আৰু সম্প্ৰদায় সমূহৰ উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতি সৰ্বদায় অব্যাহত ৰাখি আহিছে। বিশেষভাৱে যি সময়ত চৌপাশৰ সমাজখনৰ স্বাস্থ্য তথা সুস্থতাৰ বিষয়টোত

ঔদ্যোগিক উদ্ভাৱনক আগুৱাই নিবলৈ গুৱাহাটীত ল’ৰিটজ নুডচেনৰ প্ৰযুক্তি দিৱস

গুৱাহাটী; ৫ আগষ্ট ঃ ডিপ ইণ্ডিয়া অভিযানৰ অধীনত চলি থকা ৩০খন চহৰৰ টেকন’লজি ট্যুৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি ভাৰতীয় বৈদ্যুতিক আৰু স্বয়ংক্ৰিয়কৰণ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ল’ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনে অসমৰ

ৰেডিছন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত ৰন্ধনকলাৰ যাদু প্ৰদৰ্শনৰ উদ্দেশ্যে ‘দ্য গ্ৰেট…

গুৱাহাটী; ২ আগষ্ট : ৰেডিছন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰী (টিজিকেএফ)ত ১০ আগষ্ট, ২০২৫লৈকে এক অগ্নিময় সোৱাদৰ উৎসৱ, দ্য গ্ৰেট ইণ্ডিয়ান গ্ৰীল গেমছ মুকলিৰ কথা ঘোষণা কৰা হৈছে। এই উদ্দীপনাময় খাদ্যোৎসৱত সমগ্ৰ ভাৰতৰ পৰা অহা

#SEBIvsSCAM শীৰ্ষক এক দেশব্যাপী বিনিয়োগকাৰী সজাগতা অভিযান

ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ডে (SEBI) #SEBIvsSCAM শীৰ্ষক এক দেশব্যাপী বিনিয়োগকাৰী সজাগতা অভিযান আৰম্ভ কৰিছে, যাৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰীসকলক বিভিন্ন প্ৰকাৰৰ বিত্তীয় কেলেংকাৰী আৰু নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই

ধাৰাপুৰ চাৰিআলিৰ নৱ নিৰ্মিত কালী মন্দিৰত পূজা অৰ্চনা :: শ্বহীদ বেদী নিৰ্মাণ সন্দৰ্ভত ধাৰাপুৰ ছাত্ৰ…

আজাৰা :: ২৩ জুলাই :: ধাৰাপুৰ চাৰিআলি চকত বহু বছৰ পূৰ্বে স্থাপন কৰা শ্ৰী শ্ৰীকালী মন্দিৰটো ধাৰাপুৰ চাৰিআলি চকৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ ঘাইপথ চোৱা সম্প্ৰসাৰণ কৰা হেতুকে বিগত প্ৰায় পাঁচদিন

ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

ৰাণী ,২৩ জুলাই : প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে । অৱশ্যে এইবেলি ৰাজ্যৰ বহু জিলাত বৰষুণৰ পৰিমাণ

শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা…

আজাৰা , ১৯ জুলাই : কিছুদিন পূৰ্বে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আই আই এম, শ্বিলঙত ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেযাৰ্ছ চমুকৈ আই আই চি এৰ

সুৰজিৎ একাডেমীৰ চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ পুতলা নাচ পৰিৱেশন

গুৱাহাটী, ১৯ জুলাই ঃ গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ

এয়াৰটেল আৰু পাৰ্প্লেক্সিটিয়ে সহযোগিতা কৰি ইয়াৰ ৩৬০ মিলিয়ন গ্ৰাহকৰ প্ৰতিজনক পাৰ্প্লেক্সিটি প্রো ৰ…

গুৱাহাটী, ১৯ জুলাই : ভাৰতী এয়াৰটেলে পাৰ্প্লেক্সিটিৰ সৈতে সহযোগীতা কৰি ইয়াৰ ৩৬ কোটি গ্ৰাহকক পাৰ্প্লেক্সিটি প্রোৰ ১২ মাহৰ বাবে বিনামূলীয়াকৈ চাবস্ক্ৰিপচন প্ৰদান কৰিছে। পাৰ্প্লেক্সিটি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এটা