Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
গুৱাহাটী, ১ আগষ্ট : অসম ক'-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বিষয়া সকলক প্ৰতিনিধিত্ব কৰা 'এপেক্স বেংক ষ্টাফ এচ’চিয়েচন' (Apex Bank Staff Association)-এ অসমৰ শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যথে নিজৰ সকলো সদস্যৰ এদিনৰ!-->!-->!-->!-->!-->…
এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
গুৱাহাটী , ৩১ জুলাই : উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত , ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডল কমিটি আৰু শিমলুগুৰী শাখা কমিটিৰ!-->!-->!-->!-->!-->…
টপচেম চিমেণ্ট গ্ৰুপ–এ অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়
গুৱাহাটী ৩০ জুলাই : শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ কাষত থিয় দি, টপচেম চিমেণ্ট গ্ৰুপ-এ যোৱা মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানৰ জৰিয়তে কোম্পানীটোৱে অসমৰ জনসাধাৰণৰ প্ৰতি নিজৰ!-->…
যুক্তৰাজ্য অসম সাহিত্য সভাৰ সাহিত্য দিৱসত অধ্যাপিকা নীলিমাভাগৱতীনিজৰ ৰাজ্য, ভাষা-সংস্কৃতিৰ উন্নয়নৰ…
গুৱাহাটী, ২৪ জুলাই: গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা ভাগৱতীয়ে যুক্তৰাজ্যৰ নিউ কাচেল চহৰত নৰ্থ চিল্ডত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সম্মিলনৰ লগতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮ সংখ্যক!-->!-->!-->!-->!-->…
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ উদ্যোগত বিনামূলীয়া শিক্ষাদান শিবিৰৰ সামৰণি
গুৱাহাটী , ২৫ জুলাই: গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা সাৰথিৰ সহযোগত ২ জুলাইৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া গ্ৰীষ্মকালীন শিক্ষাদান শিবিৰৰ আজি সামৰণি পৰে। শিবিৰত চতুৰ্থ শ্ৰেণীৰ!-->!-->!-->!-->!-->…
বৃহত্তৰ ৰাণী অঞ্চলৰ আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন ; ৰোৱনী দাৱনীৰে ভৰি পৰিছে খেতিপথাৰ
ৰাণী ,২৫ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত তথা শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত বিগত দিনকেইটাত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে খেতিপথাৰ সমুহ পানীৰে উপচি পৰিছে। আনকি স্বাভাৱিকতকৈ অধিক!-->!-->!-->!-->!-->…
হাৰ্ট ভাল্ভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটত অসমৰ আৰ্থিকভাৱে দুৰ্বল…
গুৱাহাটী, ২৫ জুলাই : উত্তৰ-পূৱৰ হৃদযন্ত্ৰৰ যতনৰ ক্ষেত্ৰত এক বৃহৎ উত্থান ঘটাই নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ মেনেজিং ট্ৰাষ্টী ডা° অশোক ছেঠৰ নেতৃত্বত গঠিত দাতব্য সংস্থা হাৰ্ট ভালভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া (এইচ ভি!-->!-->!-->…
পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ প্ৰথম প্ৰতিষ্ঠা দিৱস; এটা বছৰৰ মানৱীয় চিকিৎসাসেৱাৰ যাত্ৰা উদযাপন
গুৱাহাটী; ২৫ জুলাই : উন্নত চিকিৎসাসেৱা আৰু ৰোগীৰ নিৰাপত্তাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰি প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰিলে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। ২০২৫ চনৰ ২১ জুলাইত উদ্বোধন হোৱাৰ পিছত এটা বছৰ পূৰ্তি উপলক্ষে হাস্পতাল খনে!-->!-->!-->…
এয়াৰটেলৰ আনলিমিটেড 5G হটস্পট ব্যৱহাৰ সম্পৰ্কে ভুৱা দাবী পৰীক্ষণ অবিহনে দ্ৰুতভাৱে বিয়পি…
গুৱাহাটী ২৩ জুলাই : এয়াৰটেলৰ আনলিমিটেড 5G ডাটা অফাৰৰ অধীনত মোবাইল হটস্পট ব্যৱহাৰক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বহু ভুৱা আৰু বিভ্ৰান্তিকৰ দাবী প্ৰচাৰিত হৈছিল। এই বিতৰ্ক মূলতঃ এয়াৰটেলৰ পূৰ্বৰ চৰ্তাৱলীৰ এটা ধাৰাৰ ব্যাখ্যাক কেন্দ্ৰ কৰি!-->…
কলকাতাৰ মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হোৱা মুনীন্দ্ৰ শইকীয়াক মালিগাঁৱত বিপুল…
গুৱাহাটী, ১৮ জুলাই : অসমৰ বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অভিযন্তা , ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেলৱেমেনছ ( এন এফ আই আৰ) ৰ!-->!-->!-->!-->!-->…