ৰাণীৰ পুৰাণ শুকুৰবৰীয়াত ঘৰ ভাঙি ধান খাই বন্যহস্তীৰ তাণ্ডৱ ; কথমপি প্ৰাণৰক্ষা গৃহস্থৰ
আজাৰা ,৮ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তবৰ্তী ৰাণীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব । হাতীৰ জাকে প্ৰতিনিশাই চলোৱা তাণ্ডবৰ বাবে সাধাৰণ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে । তাৰ মাজতেই ৭ ছেপ্টেম্বৰৰ দিনা পুৱতি!-->!-->!-->…