ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নেটপেক (এন ই টি পি এ চি) জুৰী পেনেললৈ নিৰ্বাচিত অসমৰ ড০ ববী…
গুৱাহাটী, ১২ ছেপ্টেম্বৰ : বিশ্ব চলচ্চিত্ৰৰ অন্যতম মৰ্যাদাপূৰ্ণ মঞ্চ ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এইবাৰ জুৰীৰ আসন শুৱনি কৰিব অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ড০ ববী শৰ্মা বৰুৱাই। ঐতিহাসিক মহোৎসৱখনিৰ ৮৩ সংখ্যক সংস্কৰণৰ বাবে!-->!-->!-->!-->!-->…