মালিগাঁৱত ‘জুবিন গাৰ্গ ৰেলৱে বিহুতলী সাংস্কৃতিক কেন্দ্ৰ মুকলি ; স্থায়ী ঠিকনা পালে পাণ্ডু বিহু…
মালিগাওঁ , ১৩ এপ্ৰিল : অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে!-->!-->!-->!-->!-->…