Monthly Archives

August 2026

এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী…

আজাৰা ,৭ আগষ্ট : পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষ , ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ৬ আগষ্টত মহাবিদ্যালয়

শিৱসাগৰত অহৰ্নিশে বানাক্ৰান্তৰ কাষত উদ্যোগ মন্ত্রী বিমল বড়া

গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, প্ৰাচ্য ভিত্তিক কাৰ্য নীতি ইত্যাদি বিভাগৰ মন্ত্রী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই যোৱা ১৯জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বানাক্ৰান্ত শিৱসাগৰ জিলাৰ

হ’লিষ্টিক ফিজিঅ’থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ…

জালুকবাৰী , ৩ আগষ্ট : হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰে নিজৰ ১৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ছয়মাইলৰ ভি আই পি ৰোডত থকা পেৰামাউণ্ট স্কোৱেৰ, আৰু ৰাজগড় তিনিআলিত থকা গুৱাহাটীস্থিত কেন্দ্ৰত আহি এক বিনামূলীয়া

“নিৰ্বাক”ৰ ১৭ দিনীয়া মূকাভিনয় কৰ্মশালাৰ সামৰণি

গুৱাহাটী, ৩ আগষ্ট : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাক গোষ্ঠীৰ সহযোগত আয়োজিত ১৭ দিনীয়া মুকাভিনয় (মাইম) কৰ্মশালাৰ কালি সফল সামৰণি পৰে। কৰ্মশালাত ৪০ৰ অধিক শিক্ষাৰ্থীয়ে

অসম অসামৰিক সেৱাৰ বিষয়া বিমল ডেকাৰ কবিতা পুথি “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ” উন্মোচন

গুৱাহাটী ,৩ আগষ্ট : অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া , অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা , বিশিষ্ট কবি- সাহিত্যিক বিমল ডেকাৰ চতুৰ্থখন কবিতা পুথি "পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ" গুৱাহাটী প্ৰেছ

পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজা আৰম্ভ

আজাৰা , ৩ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ২ আগষ্টৰ পৰা পৰম্পৰাগত পাঁচদিনীয়া ধৰ্মীয়

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

গুৱাহাটী , ৩ আগষ্ট : অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত ২৩ জুলাইৰ পৰা ২৯ জুলাইলৈ গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া "গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬" সফলতাৰে

ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’ত ভাৰতৰ বৈচিত্ৰময় খাদ্যসম্ভাৰ উদযাপনৰ উদ্দেশ্যে…

গুৱাহাটী, ৩ আগষ্ট : ভাৰতৰ বিভিন্ন প্ৰান্তৰ সোৱাদ একেখন চালিৰ তলতে উপভোগ কৰাৰ সুযোগ আনি খাদ্যপ্ৰেমীসকলৰ বাবে বিশেষ খাদ্য উৎসৱ ‘উত্তৰ দক্ষিণ – জব নৰ্থ মেট চাউথ’ৰ আয়োজন কৰিছে ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’য়ে। অহা ৩১

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত…

আজাৰা , ১ আগষ্ট : ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ মহিলা কল্যাণ সংস্থা "কল্যাণময়ী"ৰ উদ্যোগত , এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ) , বিষয়া সন্থা , এ টি চি গীল্ড এণ্ড

এইচডিএফচি বেংকৰ চিএছআৰ পদচিহ্নৰসকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজিলৈকে 10.77 কোটি জীৱন স্পৰ্শ

​গুৱাহাটী, ১ আগষ্ট : “ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক” এইচডিএফচি বেংকে ইয়াৰ চিএছআৰ পদক্ষেপৰ জৰিয়তে 10.77 কোটিৰো অধিক জীৱনত প্ৰভাৱপেলাইছে। এই কাৰ্যসূচীবোৰৰ বাবে পৰিৱৰ্তন, এতিয়া ভাৰতৰ সমগ্ৰ 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলত