Monthly Archives

August 2026

এইচডিএফচি বেংকৰ চিএছআৰ পদচিহ্নৰসকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজিলৈকে 10.77 কোটি জীৱন স্পৰ্শ

​গুৱাহাটী, ১ আগষ্ট : “ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক” এইচডিএফচি বেংকে ইয়াৰ চিএছআৰ পদক্ষেপৰ জৰিয়তে 10.77 কোটিৰো অধিক জীৱনত প্ৰভাৱপেলাইছে। এই কাৰ্যসূচীবোৰৰ বাবে পৰিৱৰ্তন, এতিয়া ভাৰতৰ সমগ্ৰ 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলত…

এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

​গুৱাহাটী, ১ আগষ্ট : অসম ক'-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বিষয়া সকলক প্ৰতিনিধিত্ব কৰা 'এপেক্স বেংক ষ্টাফ এচ’চিয়েচন' (Apex Bank Staff Association)-এ অসমৰ শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যথে নিজৰ সকলো সদস্যৰ এদিনৰ…