এইচ ডি এফ চি বেংকৰ ‘ভিজিল আন্টি ছেইজ – লেজিনেছ ছেভ’ অভিযানৰ জৰিয়তে জালিয়াতিৰ বিৰুদ্ধে সজাগতা…
গুৱাহাটী, ১৭ আগষ্ট : এইচ ডি এফ চি বেংকে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘ভিজিল আন্টি ছেইজ - লেজিনেছ ছেভ’ নামৰ এক নতুন জালিয়াতি সজাগতা অভিযান আৰম্ভ কৰিছে।এই অভিযানৰ মূল উদ্দেশ্য হৈছে ডিজিটেল লেনদেনৰ সময়ত মানুহক!-->!-->!-->!-->!-->…