Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
টিহু ছোৱালী হাইস্কুলৰ প্ৰশংসনীয় পদক্ষেপ
শিক্ষাৰ্থীৰ মাজত পৰিৱেশ শীৰ্ষক প্ৰতিযোগিতা
সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ পৰিবৰ্তে গৃহতে আৱদ্ধ হৈ থকা শিক্ষাৰ্থী সকলৰ সৃজনীমুলক প্ৰতিভা বিকাশৰ উদ্যেশ্যে টিহুৰ আগশাৰীৰ শিক্ষানুষ্ঠান টিহু ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ!-->!-->!-->…
পশ্চিম গুৱাহাটী মাটাইখাৰত ক’ভিড-১৯ৰ সজাগতা অভিযান ও বিনামূলীয়া চিকিৎসা শিৱিৰ
ৰাজ্যৰ আন বহু গ্ৰাম্যঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ অঞ্চলত ক'ভিড-১৯ মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে। অলপতে পশ্চিম গুৱাহাটী সমষ্টিৰ মাটাইখাৰত যোগ গুৰুকল, অসম আৰু বি.বি.ক্ৰিয়েছনৰ সৌজন্যত ক'ভিড-১৯ ৰ!-->…
অসম – মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ মাটাইখাৰ মিলনপুৰত কনটেণ্টমেণ্ট জ’নত আৰক্ষীৰ পহৰা
পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম - মেঘালয় সীমান্তৰ মাটাইখাৰ মিলনপুৰ গাওঁকে ধৰি কাষৰীয়া কটালপাৰা , বিলপাৰ আৰু পাটগাঁওত শিশু, মহিলাকে ধৰি কেইবা জনকৈ লোক আজি পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈছে । ক'ভিড পজিটিভ চিনাক্ত হোৱাৰ!-->…
দক্ষিণ কামৰূপবাসীৰ সহায়ৰ বাবে ক’ভিড ৰোগী- পৰিয়ালৰ সহায়ৰ বাবে হেল্পলাইন মুকলি
দেশ তথা ৰাজ্যত মহামাৰী ক'ৰণা ভাইৰাছে বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তোলাৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপতো এতিয়া গণ সংক্ৰমণ ঘটিছে। মহামাৰী ক'ৰণাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে বিভিন্ন!-->…
পথাৰত কৃষিকৰ্মৰ মাজতো তাঁতশালত কাপোৰ বৈ স্বাৱলম্বীতাৰ বিৰল আদৰ্শ দাঙি ধৰিছে ৰাণী মৈৰাপুৰৰ কৃষক দীনেশ…
কামত সৰু বৰ নাই আৰু পুৰুষেও য়ে মহিলাৰ কাম কৰিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ ৰাণী মৈৰাপুৰৰ পুৰাণ শুকুৰবৰীয়া চুপাৰ আদৰ্শ কৃষক দীনেশ নাথে । পেছাত তেওঁ এজন কৃষক হলেও বিশেষ পৰিস্থিতিত শুৱালকুচিত ৩৬!-->…
১৭৫ বি এন চি আৰ পি এফৰ উদ্যোগত ৰাণীত ৰাইজৰ বাবে টীকাকৰণ শিবিৰ
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি.আৰ.পি.এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ চৌহদত দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ আৰু অনলাইন যোগে আবেদন কৰা ১৮ ৰপৰা ৪৫ বছৰ বয়সৰ হিতাধিকাৰী ৰাইজৰ বাবে ১৫ মে'ৰ পৰা ক'ভিড প্ৰতিৰোধৰ বাবে!-->…
নগাঁৱৰ তপতজুৰি বনাঞ্চলত মৰ্মান্তিক ঘটনা
২০টাৰো অধিক বনৰীয়া হাতীৰ কৰুণ মৃত্যু
এক হৃদয় বিদাৰক ঘটনাই আজি প্ৰকৃতি প্ৰেমীৰ লগতে সৰ্বসাধাৰণ ৰাইজক মৰ্মাহত কৰি তুলিছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বামুণী তপতজুৰি পাহাৰৰ!-->!-->!-->…
নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আজাৰাৰ এছ আই আৰ ক’ভিড কেয়াৰ হস্পিতাল পৰিদৰ্শন
ৰাজ্যৰ নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে বিয়লি মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতাল , আজাৰাৰ কাহিকুছিস্থিত এছ আই আৰ ডিৰ ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসালয় আৰু ক'ভিড!-->…
এন চি চি ত ভৰ্ত্তি হব পাৰিব অসমসহ উত্তৰ পূৱৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী – উত্তৰ…
দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলেও ভৰ্ত্তি হব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে কেন্দ্ৰীয়!-->…
বৰঝাৰ বিমান বন্দৰত ক’ভিডৰ দ্বিতীয় টীকাকৰণ শিবিৰ আৰম্ভ
ক'ভিড মহামাৰীৰ পৰা বৰঝাৰ বিমান বন্দৰত কৰ্মৰত বিষয়া - কৰ্মচাৰীৰ লগতে বিমান বন্দৰত কৰ্মৰত বিভিন্ন বিমান সেৱাৰ কৰ্মচাৰী , তেওঁলোকৰ পৰিয়ালৰ লোক সকলক ৰক্ষা কৰিবৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলে আৰম্ভণিৰ তৎপৰতা গ্ৰহণ কৰা!-->…