১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব নাৰায়ণ সেৱা সংস্থাৰ প্ৰথমটো মডিউলাৰ আর্টিফিছিয়েল লিম্ব কেম্প
এই শিৱিৰৰ উদ্বোধন কৰিব অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই গুৱাহাটী, ৯ মে’: প্ৰথমবাৰৰ বাবে গুৱাহাটীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক কৃত্রিম অংগ শিৱিৰ অনুষ্ঠিত […]