Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
ৰাণীত পশুধনৰ চবকা ৰোগৰ সজাগতামূলক অনুষ্ঠান
ৰাণী,২৮ এপ্ৰিল: ৰাষ্ট্ৰীয় পশু-ৰোগ নিয়ন্ত্রণ আঁচনিৰ অধীনত বিনামূলীয়া চবকা ৰোগ (Foot and Mouth Disease ) প্ৰতিষেধক টিকাকৰণৰ বাবে কামৰূপ জিলাৰ পশু-পালন আৰু পশু-চিকিৎসা বিভাগৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী খণ্ড!-->!-->!-->!-->!-->…
বহুভাষিক চলচ্চিত্র জগতত অসমৰ উদীয়মান পৰিচালক – চিৰঞ্জীৱ বৰদলৈৰ সফলতা
গুৱাহাটী ,২৮ এপ্ৰিল : বর্তমান সময়ত ভাষা আৰু প্লেটফৰ্মৰ প্ৰসাৰৰ সৈতে গল্প কোৱাৰ ক্ষেত্ৰখনতো দ্রুতগতিত পৰিবৰ্তন হোৱা দেখা গৈছে । এই পৰিপ্ৰেক্ষিতত অসমৰ উদীয়মান লেখক - গল্পকাৰ , চলচ্চিত্ৰ পৰিচালক - চিৰঞ্জীৱ বৰদলৈয়ে ভাৰতীয় চলচ্চিত্র জগতৰ!-->!-->!-->…
এপল’ হস্পিটেলছ গুৱাহাটীত অত্যাধুনিক কেথ লেব মুকলি – উত্তৰ-পূব ভাৰতত হৃদৰোগ চিকিৎসাক নতুন শক্তি…
গুৱাহাটী, অসম – ২৫ এপ্রিল: এপল' হস্পিটেলছ গুৱাহাটীয়ে হাস্পতালৰ প্ৰাঙ্গণত আধুনিকীকৰণ কৰা অত্যাধুনিক কেথ লেব আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উদ্যোগে উত্তৰ-পূব ভাৰতত উন্নত হৃদৰোগ চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ!-->!-->!-->…
ৰাণীৰ খপেগাঁৱ আৰু বিক্ৰমপুৰত বন্যহস্তীৰ তাণ্ডৱ
ৰাণী, ২৪ এপ্ৰিল : পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলক কাৰ্যালয়ৰ অন্তৰ্গত খপেগাঁৱত বন্যহস্তীৰ তাণ্ডৱৰ তাণ্ডৱৰ ফলত উজাগৰি নিশা কটাবলগীয়া কেইবাটাও পৰিয়ালে। উল্লেখ্য কালি পুৱতি নিশা ৩ বজাত গাঁওখনৰ বলিৰাম নাথ (৭৫) নামৰ খেতিয়কগৰাকীৰ!-->!-->!-->!-->!-->…
মণিপুৰী নৃত্যত চি চি আৰ টিৰ বৃত্তি লাভ সঞ্জনা দেৱীৰ
গুৱাহাটী, ২৪ এপ্রিল : গুৱাহাটীৰ কাহিলীপাৰা নিবাসী যুৱ নৃত্যশিল্পী সঞ্জনা দেৱীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্রতিষ্ঠান সংস্কৃতি আৰু সম্পদ প্রশিক্ষণ কেন্দ্র (চি চি আৰ টি)ৰ সংস্কৃতি প্রতিভা অনুসন্ধান!-->!-->!-->!-->!-->…
ফিফা বিশ্বকাপ 2026টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
গুয়াহাটি, ২১ এপ্রিল : ডিজিটেল পেমেণ্টৰ এক বিশ্বব্যাপী নেতা আৰু ফিফাৰ আনুষ্ঠানিক অংশীদাৰ ভিছা (এনৱাইএছই: ভি) য়ে আজি এইচডিএফচি বেংকৰ সৈতে ফিফা বিশ্বকাপ 2026 সম্পৰ্কটিএম ঘোষণা কৰিছে। এই অংশীদাৰীত্বৰ অংশ হিচাপে, ভিছা আৰু এইচডিএফচি বেংকে এক!-->…
ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
গুৱাহাটী, ২১ এপ্ৰিল : উত্তৰ-পূৰ্বাঞ্চলৰ এটি আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ‘টপচেম চিমেণ্ট’-এ ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি “টপচেম ৰঙালী বিহু ২০২৬” শীৰ্ষক এটি বাৰ্ষিক অনুষ্ঠানৰ পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপৰ জৰিয়তে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া!-->!-->!-->…
পহিলা বহাগত সাতজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা শ্ৰীনগৰ সাহিত্য সভাৰ
গুৱাহাটী , ১৯ এপ্ৰিল : পহিলা ব'হাগত ৰাজ্যজুৰি অসম সাহিত্য সভাই "নিজৰদিন" পালন কৰে । আনহাতে অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী মহানগৰীৰ শ্রীনগৰ সাহিত্য সভাৰ তৰফৰপৰা ৭ গৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে - কল্প ডেকা , ৰুণু!-->!-->!-->!-->!-->…
আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
জালুকবাৰী ,১৩ এপ্ৰিল : মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতা ২০২৫–২৬ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাফিয়া ইয়াছমিন শইকীয়াই সোণৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডঃ!-->!-->!-->!-->!-->…
মালিগাঁৱত ‘জুবিন গাৰ্গ ৰেলৱে বিহুতলী সাংস্কৃতিক কেন্দ্ৰ মুকলি ; স্থায়ী ঠিকনা পালে পাণ্ডু বিহু…
মালিগাওঁ , ১৩ এপ্ৰিল : অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে!-->!-->!-->!-->!-->…