অসমৰ দুগ্ধ খণ্ডত পূৰবী ডেইৰীৰ দ্ৰুত সম্প্ৰসাৰণ; মাঘ বিহুৰ আনন্দৰ মাজতে সফল বৰ্ষ উদযাপন
গুৱাহাটী, ১২ জানুৱাৰী : প্ৰতিটো অসমীয়া পৰিয়ালৰ পদূলিলৈ সুখ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা মাঘ বিহুৰ এই জীপাল ক্ষণতে অসমৰ দুগ্ধ খণ্ডত এক নব্য জোৱাৰৰ সূচনা কৰিছে পূৰবী ডেইৰীয়ে। উত্তৰ-পূব ভাৰতৰ বৃহত্তম দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে!-->!-->!-->!-->!-->…