ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াৰ টেবুল টেনিছ আৰু বেডমিন্টন প্ৰতিযোগিতাত অসমৰ সাতটা পদকৰে প্ৰশংসনীয় প্ৰদৰ্শন…
গুৱাহাটী , ২৬ মাৰ্চ : উত্তৰ প্ৰদেশৰ আগ্ৰাৰ একলব্য ক্ৰীড়া ষ্টেডিয়ামত ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত "ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া মহোৎসৱ - ২০২৬" ত অসমৰ প্ৰতিযোগীসকলে সুসংহত কৌশল, শৃঙ্খলাবদ্ধ প্ৰয়াস আৰু উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়!-->!-->!-->!-->!-->…