মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে “চাইক্ল’থন ২.০–ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন

ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েচন অফ অসম (ইএমএএ)এ গান্ধী জয়ন্তী উদযাপনৰ দিনটোত গুৱাহাটীত "চাইক্ল'থন ২.০- ইণ্ডিয়া অন দ্য মোভ"ৰ আয়োজন কৰে। য'ত মহানগৰীৰ লোকসকলৰ মাজত এই অনুষ্ঠানৰ জৰিয়তে বাহিৰৰ কাৰ্যকলাপত অন্তৰ্ভুক্তি আৰু চাইকেল চলোৱা সংস্কৃতি

টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল গাভাস্কাৰৰে চুক্তি স্বাক্ষৰ

টপচেম চিমেণ্টে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী সুনীল গাভাস্কাৰ-"দ্য লিটল মাষ্টাৰ"ক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰিছে। কোম্পানীৰ চেলছ এণ্ড মাৰ্কেটিং (মেঘালয় চিমেণ্টছ লিমিটেড)ৰ অধ্যক্ষ ডঃ অনিল কাপুৰে উল্লেখ কৰে যে " সুনীল

সূতাৰ ভড়াল সমূহ সক্ৰিয় কৰাৰ সিদ্ধান্ত

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সভাগৃহত ৩ ছেপ্তেম্বৰ ,২০২১ তাৰিখে অনুষ্ঠিত এখন সভাত বিভাগীয় মন্ত্ৰী শ্ৰী ইউ. জি. ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে l সভাত মন্ত্ৰী

পলাশবাৰীৰ দখলাত প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তি উন্মোচন

পলাশবাৰীৰ দখলা বণিয়াপাৰাত শিক্ষক তথা সমাজসেৱক প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ ইহলীলা সম্বৰণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাত আজি তেওঁৰ নিজ বাসগৃহত এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট

গড়চুক থানাত ক’ভিড সজাগতা সভা ; এছ অ পি মানি চলিবলৈ আহ্বান

মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত আজি বিয়লি থানা চৌহদত এখন ক'ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ

দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষকৰ বিশেষ পদক্ষেপ

ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ ল'লে অধ্যয়নৰ বুজ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকৰ প্ৰশাসনীয় পদক্ষেপ। ক'ভিডৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা বাবে ঘৰতে আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অধ্যায়ন আৰু স্বাস্থ্যৰ বুজ ললে

পাঞ্জাবাৰীত সীমান্ত চেতনা মঞ্চৰ কনকলতা নগৰ সমিতি গঠন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ অন্তৰ্গত কনকলতা নগৰ সমিতিৰ এখন বিশেষ সদস্য সন্মিলন আজি পাঞ্জাবাৰীৰ বিষ্ণুনগৰস্থিত অভিনন্দন বিবাহ ভৱনত অনুষ্ঠিত হয়। মঞ্চৰ গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত

ত্ৰয়োদশ বাৰ্ষিক ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান

চান্দমাৰীস্থিত সংগীত সত্ৰৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষৰ ১৩ সংখ্যক "ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা" প্ৰদান অনুষ্ঠান সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি তেনেই কম সংখ্যক ব্যক্তিৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যায় ৷ ২০২১ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে

ৰিলায়েন্স নিপ্পন জীৱন বীমাৰ ৩০৬.৮৮ কোটি টকাৰ বোনাচ ঘোষণা

ৰিলায়েন্স কেপিটেল আৰু নিপ্পন জীৱন বীমা, জাপানৰ এক যৌথ উদ্যোগ ৰিলায়েন্স নিপ্পন জীৱন বীমা কোম্পানী লিমিটেডে ২০২১ বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকসকলৰ (policyholders)বাবে বোনাচৰূপে ৩০৬.৮৮ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ২০২১ৰ ৩১ মাৰ্চত

পলাশবাৰীৰ মিৰ্জাত সামাজিক সংস্থা “বন্ধু”ৰ চাফাই অভিযান

দক্ষিণ কামৰূপৰ 'ৰাইজৰ হকে ৰাইজৰ বাবে' শীৰ্ষক বানী লৈ গঢ় লৈ উঠা সামাজিক সংস্থা "বন্ধু"ই বিগত সময়ছোৱাত বিভিন্ন সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলবলৈ সক্ষম হৈছে। সেইদৰে আজি পলাশবাৰীৰ মামণি ৰয়চাম গোস্বামী চ'ক মিৰ্জাত সামাজিক সংস্থাৰ