Amazonৰ সৈতে Airtel ৰ বিশেষ অফাৰ

প্ৰতিজন ভাৰতীয়ৰ বাবে উচ্চ মানদণ্ডৰ মনোৰঞ্জনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা, প্ৰাইম ভিডিঅ' ম'বাইল এডিছন আৰম্ভ কৰিছে এমাজনে । গ্ৰাহকক ম'বাইল- অনলী প্ৰাইম ভিডিঅ' পৰিকল্পনা প্ৰদান কৰা ভাৰত বিশ্বৰ প্ৰথম এমাজ'ন প্ৰাইম দেশ ।

অসম জাতীয় পৰিষদত যোগ দিব যুৱ উদ্যোগী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বনিয়াই

অহা ১৬ জানুৱাৰীত অজাপৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২নং ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত নগাঁও জিলাৰ কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এখন বিশাল গণ সমাৱেশত অসম জাতীয় পৰিষদ দলত যোগদান কৰিব নগাঁৱৰ বিশিষ্ট যুৱ

উপৰহালীত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সামৰণি

পলশাবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছয় দিনীয়া সাধাৰণ উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি পৰে। এই উপলক্ষে আয়োজন কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোৰ সঞ্চালনা কৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ

প্ৰতিধ্বনিৰ উদ্যোগত গ্ৰন্থ উন্মোচন, শিল্পী-সাহিত্যিকক সম্বৰ্ধনা

সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনত 'শীতৰ কুৱলি ফালি' শীৰ্ষক

দীনেশ চন্দ্র দত্তৰ নাট্য সংকলন মৰা মানুহৰ মালিতা আৰু অন্য নাট উন্মােচন

চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ গুৱাহাটী শাখাৰ সাহিত্যচ’ৰাত প্রবীণ নাট্যশিল্পী দীনেশ চন্দ্র দত্তৰ সদ্য প্রকাশিত নাট-সংকলন ‘মৰা মানুহৰ মালিতা আৰু অন্য নাট’ আজি গুৱাহাটী পেন্সনাৰ ভৱনত সাহিত্যিক পেন্সনাৰ তথা সাহিত্যচ’ৰাৰ সভাপতি চফিউৰ ৰহমান

আজাৰাত অৰ্দ্ধ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ বিজেপিত যোগদান

বহুতে ভবাৰ দৰে কংগ্ৰেছ দলে সংখ্যালঘুৰ বাবে কোনো উন্নয়নমূলক কাম কৰা নাই। কংগ্ৰেছ দলে সংখ্যালঘুক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । তাৰ বিপৰীতে বিজেপি দলে "সব কা সাথ সব কা বিকাশ" নীতিৰে ভোটবেংকৰ ৰাজনীতিৰ উৰ্দ্ধত গৈ সকলোৰে বাবে উন্নয়নৰ

সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি’ আৰু ‘ মানুহ সমুদ্ৰমুখী নদী’ উন্মোচন

সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰি কাব্য সাধনাৰেই জীৱন পাৰ কৰা কবি - সাহিত্যিক প্ৰয়াত নৰেন তালুকদাৰৰ সত্তৰ তম জন্মদিন উদযাপনৰ ব্যতিক্ৰমী প্ৰয়াসেৰে পলাশবাৰীৰ উপৰহালীস্থিত তেওঁৰ পৰিয়ালৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।

ডুগডুগীৰ নতুন শাখা মুকলি

ডিব্ৰুগড়ৰ খলিহামাৰী, আৰক্ষী চকীৰ ওচৰত আতকধুনীয়াকৈ সাজসজ্জাৰে মুকলি কৰা হয় ডুগডুগীৰ এটা নতুন শাখা । নতুন শাখাটিৰ মুকলি কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ তথা ডুগডুগী ব্ৰেণ্ড এম্বেছাদৰ গৰিমা শইকীয়া গাৰ্গে । কেইবাটাও