Browsing Category

Uncategorized

হোটেল প’ল’ টাৱাৰ – আগৰতলাৰ একমাত্ৰ পঞ্চ তাৰকা হোটেল

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ হোটেল কোম্পানী হোটেল প’ল’ টাৱাৰছ গ্ৰুপে ত্ৰিপুৰাৰ আগৰতলাত ইয়াৰ পঞ্চ তাৰকা হোটেল মুকলি কৰাৰ কথা ঘোষণা কৰে। হোটেলখনক গ্ৰুপটোৰ পৰ্টফ’লিঅ' কাৰ্যকৰী বা বিকাশৰ অধীনত থকা 11 খন হোটেললৈ লৈ আনে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয়

কাহিকুছি গাঁও পঞ্চায়তৰ নবনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন

পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাহিকুছি গাঁও পঞ্চায়তৰ পূৰ্বৰ গৃহটো সম্প্ৰতি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত সেইটো ভাঙি তাৰ স্থানত পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে অনাগত দিনত ৰাইজৰ সুবিধাৰ বাবে সকলো সা-সুবিধা থকা এটা তিনি মহলীয়া গৃহ নিৰ্মাণৰ

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উন্নত জাতৰ ছাগলী পালনৰ প্ৰশিক্ষণ

বৰ্তমান উঠি অহা নিবনুৱা যুৱক-যুৱতীয়ে কম সময়ত, কম ঠাইত আৰু কম খৰচত উন্নত জাতৰ ছাগলী পালন কৰি কিদৰে আত্মনিৰ্ভৰশীল বা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি তাৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , (কে.ভি.কে)

গুৱাহাটীত ৰাজ্যৰ দুচকীয়া বাহন চালনাৰ প্রথমখন সুৰক্ষা মূলক শিক্ষা কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন বিভাগৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা "পথ সুৰক্ষা - জীৱন ৰক্ষা" বাণীৰে মাহজোৰা কাৰ্যসূচীৰে চলি আছে " ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ "। মূলত পথ দুর্ঘটনাৰ সংখ্যা

পলাশবাৰীৰ আমৰাঙ্গা বৰিহাটত দ্বিতীয় বাৰ্ষিক ঐছাঁ নাট মহোৎসৱ

পলাশবাৰীৰ আমৰঙ্গা বৰিহাট অগ্ৰণী সাহিত্য সংস্কৃতিৰ অনুষ্ঠান 'ঐক্যতান' আৰু 'ছাঁ' ই অনুষ্ঠিত কৰি আহিছে 'ঐছাঁ' নাট মহোৎসৱ। যোৱা বৰ্ষত ক'ৰণা মহমাৰীৰ পৰিপেক্ষিতত উক্ত নাট মহোৎসৱ বাতিল কৰা হৈছিল। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পৰ্ণ

বৰদুৱাৰ বাগানত স্মৃতিচাৰণ অনুষ্ঠান

কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ১৭ জানুৱাৰীত সদ্যপ্ৰয়াত বিষ্ণুৰাভাৰ সংগ্ৰামী সতীৰ্থ সত্যনাথ ৰাভা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ সভা এখনি অনুষ্ঠিত হৈ যায় ৷ সমন্বয় সুৰক্ষা