অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২”ৰ এককালীন নিষ্পত্তি প্ৰক্ৰিয়াক লৈ তৎপৰ পৰিবহণ বিভাগ
গুৱাহাটীঃ ১৮, অক্টোবৰঃ প্ৰাকৃতিক পৰিৱেশ তথা জীৱ-জগতৰ প্ৰতি প্ৰচণ্ড ভাবুকিস্বৰূপ হৈ পৰিছে জীৱনৰ অন্ত পৰা অৰ্থাৎ চলাচলৰ অনুপযোগী মাৰাত্মক প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ ৷ ইফালে ব্যৱহাৰৰ অনুপযোগী হৈ ৰাষ্টা-ঘাট আনকি বহু চৰকাৰী কাৰ্যালয় চৌহদত!-->!-->!-->…