পেৰিছৰ ফেষ্টিভেল Gange Sur Siene-ৰ বাবে নিৰ্বাচিত অসমীয়া ছবি ‘গুডবাই গুৰুজী’
গুৱাহাটী, ৫ ছেপ্টেম্বৰ: অহা মাহত গ্লোবেল প্ৰিমিয়াৰ হ’বলগীয়া ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ’বলগীয়া ফেষ্টিভেল Gange Sur Siene-ৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চলচ্চিত্ৰ নিৰ্মাতা অৰুণজিত বৰাৰ শেহতীয়া ছবি ‘গুডবাই গুৰুজী’।পাৰ্থ!-->!-->!-->!-->!-->…