অসমৰ ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘মেক-এ-খন ২০২৫’ প্ৰতিযোগিতা সম্পন্ন
আজাৰা , ১৭ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসমৰ ডনবস্ক' বিশ্ববিদ্যালয় চৌহদত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ IoT ক্লাব আৰু ADBU Build ক্লাবৰ যৌথ উদ্যোগত ২৪ ঘণ্টীয়া ইনোভেশ্যন আৰু ক'ডিং মাৰাথন 'মেক-এ-খন ২০২৫'!-->!-->!-->!-->!-->…