Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গড়চুক থানাত ক’ভিড সজাগতা সভা ; এছ অ পি মানি চলিবলৈ আহ্বান
মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত আজি বিয়লি থানা চৌহদত এখন ক'ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ!-->…
দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষকৰ বিশেষ পদক্ষেপ
ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ ল'লে অধ্যয়নৰ বুজ
দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকৰ প্ৰশাসনীয় পদক্ষেপ। ক'ভিডৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা বাবে ঘৰতে আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অধ্যায়ন আৰু স্বাস্থ্যৰ বুজ ললে!-->!-->!-->…
পাঞ্জাবাৰীত সীমান্ত চেতনা মঞ্চৰ কনকলতা নগৰ সমিতি গঠন
সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ অন্তৰ্গত কনকলতা নগৰ সমিতিৰ এখন বিশেষ সদস্য সন্মিলন আজি পাঞ্জাবাৰীৰ বিষ্ণুনগৰস্থিত অভিনন্দন বিবাহ ভৱনত অনুষ্ঠিত হয়। মঞ্চৰ গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত!-->…
ত্ৰয়োদশ বাৰ্ষিক ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান
চান্দমাৰীস্থিত সংগীত সত্ৰৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষৰ ১৩ সংখ্যক "ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা" প্ৰদান অনুষ্ঠান সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি তেনেই কম সংখ্যক ব্যক্তিৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যায় ৷ ২০২১ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে!-->…
ৰিলায়েন্স নিপ্পন জীৱন বীমাৰ ৩০৬.৮৮ কোটি টকাৰ বোনাচ ঘোষণা
ৰিলায়েন্স কেপিটেল আৰু নিপ্পন জীৱন বীমা, জাপানৰ এক যৌথ উদ্যোগ ৰিলায়েন্স নিপ্পন জীৱন বীমা কোম্পানী লিমিটেডে ২০২১ বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকসকলৰ (policyholders)বাবে বোনাচৰূপে ৩০৬.৮৮ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ২০২১ৰ ৩১ মাৰ্চত!-->…
পলাশবাৰীৰ মিৰ্জাত সামাজিক সংস্থা “বন্ধু”ৰ চাফাই অভিযান
দক্ষিণ কামৰূপৰ 'ৰাইজৰ হকে ৰাইজৰ বাবে' শীৰ্ষক বানী লৈ গঢ় লৈ উঠা সামাজিক সংস্থা "বন্ধু"ই বিগত সময়ছোৱাত বিভিন্ন সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলবলৈ সক্ষম হৈছে। সেইদৰে আজি পলাশবাৰীৰ মামণি ৰয়চাম গোস্বামী চ'ক মিৰ্জাত সামাজিক সংস্থাৰ!-->…
ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ
মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত গড়লত থকা এ.টি.এম.আৰ.এফ টিকাকৰণ কেন্দ্ৰত ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। অনিয়মৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত পুৱতি নিশাৰ পৰা শাৰীপাতি থকা অধিকাংশ লোকে ভেকচিন নোপোৱাকৈ উভতি যাব লগা হৈছে ।!-->…
ৰাণীত কৃষকক সমাজকর্মী বলেশ্বৰ ৰংপীৰ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ
অসম মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত কৃষক ৰাইজ শালি ধানৰ খেতি কৰাৰ বাবে সাজু হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে থমকি ৰবলগীয়া হৈছে । আনকি ৰাইজ আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সীমিত সংখ্যক বনকর্মীয়ে যৌথভাৱে হাতী খেদিবলৈ চেষ্টা অব্যাহত!-->…
বৰঝাৰ বিমান বন্দৰৰ পৰা পাঞ্জাবাৰীলৈ পথৰ দাঁতি আৰু ডিভাইদাৰত ৰোপন কৰা হব গছপুলি
ৰাজ্য চৰকাৰৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৭২ সংখ্যক বন মহোৎসৱ সপ্তাহ । আনহাতে পূৱ কামৰূপ বন সংমণ্ডলৰ উদ্যোগত দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বন শিবিৰ চৌহদত আয়োজিত এক!-->…
পাঞ্জাবাৰীৰ কংকন নগৰত বন বিভাগৰ উদ্যোগত গছপুলি ৰোপন অভিযান
বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে এটা মাহৰ ভিতৰত সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া, কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয়, বন শিবিৰৰ জৰিয়তে গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে যোৱা ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসৰ দিনটোৰ পৰাই ক'ভিড বিধি মানি ৰাজহুৱা!-->…