Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা প্ৰথম বাৰ্তালোচনী…
আজাৰা ,৯ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি বিশ্ববিদ্যালয়ৰ সভাগৃহত!-->!-->!-->!-->!-->…
এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ
মালিগাওঁ, ৯ জানুৱাৰী : বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ ১৯ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি!-->!-->!-->…
পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ লৈ নিৰ্বাচিত অসমৰ যৌথ উদ্যোগত নিৰ্মিত ভাৰত-ইজৰাইলৰ…
১৭ আৰু ১৯ জানুৱাৰীত ‘গ্লোবেল চিনেমা’ শিতানত প্ৰদৰ্শিত হ’ব ‘মাৰ্ডাৰ্ছ টু ক্ল’জ- লাভ টু ফাৰ’
গুৱাহাটী, ৯ জানুৱাৰী : অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায় সূচনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ যৌথ উদ্যোগত!-->!-->!-->…
মুকলি হ’ল ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’; দেশজুৰি পেকেট চাহৰ বজাৰত পদাৰ্পণ মা কামাখ্যা এছ’চিয়েটছৰ
গুৱাহাটী, ৮ জানুৱাৰী : চাহ খেতি আৰু উৎপাদনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ আধাৰত মা কামাখ্যা এছ’চিয়েটছে মুকলি কৰিছে ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’ নামৰ দুটাকৈ বিশেষ পেকেট চাহৰ ব্ৰেণ্ড। সুস্বাদু চাহৰ এই নতুন সম্ভাৰেৰে প্ৰতিষ্ঠানটোৱে সংগঠিত চাহ!-->!-->!-->…
কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উন্নত জাতৰ হাঁহৰ মাংস বিষয়ক সজাগতা সভা
আজাৰা ,৮ জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত তিনি জানুৱাৰীত গুৱাহাটীৰ কাষৰীয়া উখুৰা পানীখাইতিত হাঁহৰ মাংসৰ বাবে উন্নত জাতৰ ভিগ'বা চুপাৰ!-->!-->!-->!-->!-->…
চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীতৰ প্ৰতিভা অন্বেষণঃ অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ বিশেষ…
গুৱাহাটী, ৩ জানুৱাৰী : চাহ বাগিচা সম্প্ৰদায়ৰ মাজত সামগ্ৰিক শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে, দ্য হান্স ফাউণ্ডেশ্যনে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ আদৰ্শ!-->!-->!-->!-->!-->…
এপল’হাস্পতালগুৱাহাটীৰসাফল্য: উত্তৰ-পূবভাৰততপোনপ্ৰথমবাৰৰবাবেউন্নতএণ্ডোস্কোপিকপদ্ধতিPOEM ৰ শুভাৰম্ভ
গুৱাহাটী, ৩ জানুৱাৰী ২০২৬: এপল’ হাস্পতাল গুৱাহাটীয়ে ‘অেকেলেছিয়া কাৰ্ডিয়া’ (Achalasia Cardia) নামৰ ৰোগৰ চিকিৎসাৰ বাবে এক উন্নত আৰু নূন্যতম কটা-ছিঙা কৰা পদ্ধতি ‘পাৰ অৰেল এণ্ডোস্কোপিক মায়োটমী’ (POEM) সফলতাৰে সম্পন্ন কৰি এক বৃহৎ!-->!-->!-->…
চানডুবি উৎসৱৰ বাকৰিত কিশোৰ কুমাৰ কলিতাৰ উপন্যাস ‘কথকতা’ উন্মোচন
অসম ভূমি সেৱা, আজাৰাঃ পহিলা জানুৱাৰীৰ দিনা চানডুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হ’য় কবি- উপন্যাসিক- গল্পকাৰ- প্ৰৱন্ধকাৰ- গীতিকাৰ কিশোৰ কুমাৰ কলিতাৰ উপন্যাস ‘কথকতা’৷ এই উপন্যাসখন উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসম!-->!-->!-->!-->!-->…
শঙ্কৰদেৱ কলাক্ষেত্ৰত ৱৰ্ল্ড হেৰিতেজ ফেষ্টিভেল – ২০২৫ প্ৰদৰ্শন
গুৱাহাটী ,৩১ ডিচেম্বৰ : নৃত্যলোক অফিচিয়েল ট্ৰাষ্টৰ উদ্যোগত ২৮ ডিচেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৱৰ্ল্ড হেৰিতেজ ফেষ্টিভেল - ২০২৫ প্ৰদৰ্শন কৰা হয়!-->!-->!-->!-->!-->…
জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ মাহিলী বৈঠকত কুইজ প্ৰতিযোগিতা
জালুকবাৰী ,৩১ ডিচেম্বৰ : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ত্ৰিংশ বৰ্ষৰ অষ্টমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৮ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l সদস্যাসকলৰ আৰম্ভণী সংগীতৰ!-->!-->!-->!-->!-->…