জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
জালুকবাৰী ,২৯ জুন: জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ দ্বিতীয়খন বৈঠক ২৮ জুনত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভণিতে!-->!-->!-->!-->!-->…