এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে পংকজ ত্ৰিপাঠীক লৈ মুকলি কৰিলে নতুন মটৰ ইনশ্বুৰেঞ্চ ফিল্ম

গুৱাহাটী; ১২ আগষ্ট : ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে নিজৰ সমন্বিত ব্ৰেণ্ড অভিযান ‘চুনিয়ে ভৰোছা, আপোনো ছা’ৰ পৰৱৰ্তী অধ্যায় হিচাপে মটৰ ইনশ্বুৰেঞ্চক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এখন নতুন ফিল্ম

ৰুক্মিণীনগৰত স্বাধীনতা দিৱসত কুইজ প্ৰতিযোগিতা

গুৱাহাটী, ১১ আগষ্ট: বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ১৫ আগষ্টত দিনৰ ১১ বজাৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে দুখনকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতা ৰুক্মিণীনগৰ

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন আজাৰা ,১০ আগষ্ট : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান 'অন্বেষ গোষ্ঠী'ৰ ১১০ সংখ্যক বৈঠকখন ৯ আগষ্টত গোষ্ঠীৰ নিজা কাৰ্যালয়ত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ

ওড়িশাৰ ভুৱনেশ্বৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী , ১০ আগষ্ট: গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত যোৱা ৭ আগষ্টত "গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা" শীৰ্ষক

উজনি অসমৰ বান বিধ্বস্ত জিলাৰ শিপিনীক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ দাবী সদৌ অসম হস্ততাঁত…

গুৱাহাটী ,৭ আগষ্ট : ১৯ জুলাইত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ধলে উজনি অসমৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ , চৰাইদেউ , যোৰহাট আৰু গোলাঘাট জিলাত ভয়াবহ বানপানীৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল শিৱসাগৰ আৰু

অসমৰ ১৫,০০০ পৰিয়ালৰ বাবে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ ১ কোটি টকাৰ বান সাহায্য অভিযান

গুৱাহাটী; ৭ আগষ্ট : অসমৰ ভয়াবহ বান পৰিস্থিতিৰ গৰাহত পৰা বানগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱাৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বান সাহায্য উদ্যোগ আৰম্ভ কৰিছে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে (এছচিএনএল)। এই উদ্যোগৰ অংশ হিচাপে প্ৰভাৱিত

এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী…

আজাৰা ,৭ আগষ্ট : পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষ , ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ৬ আগষ্টত মহাবিদ্যালয়

শিৱসাগৰত অহৰ্নিশে বানাক্ৰান্তৰ কাষত উদ্যোগ মন্ত্রী বিমল বড়া

গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, প্ৰাচ্য ভিত্তিক কাৰ্য নীতি ইত্যাদি বিভাগৰ মন্ত্রী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই যোৱা ১৯জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বানাক্ৰান্ত শিৱসাগৰ জিলাৰ

হ’লিষ্টিক ফিজিঅ’থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ…

জালুকবাৰী , ৩ আগষ্ট : হ'লিষ্টিক ফিজিঅ'থেৰাপি এণ্ড ৱেলনেছ চেণ্টাৰে নিজৰ ১৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ছয়মাইলৰ ভি আই পি ৰোডত থকা পেৰামাউণ্ট স্কোৱেৰ, আৰু ৰাজগড় তিনিআলিত থকা গুৱাহাটীস্থিত কেন্দ্ৰত আহি এক বিনামূলীয়া

“নিৰ্বাক”ৰ ১৭ দিনীয়া মূকাভিনয় কৰ্মশালাৰ সামৰণি

গুৱাহাটী, ৩ আগষ্ট : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাক গোষ্ঠীৰ সহযোগত আয়োজিত ১৭ দিনীয়া মুকাভিনয় (মাইম) কৰ্মশালাৰ কালি সফল সামৰণি পৰে। কৰ্মশালাত ৪০ৰ অধিক শিক্ষাৰ্থীয়ে