গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ
গুৱাহাটী; ৪ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী (এল পি ইউ)য়ে গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত দিশত!-->!-->!-->!-->!-->…